চৰাইদেউ, ৭ মাৰ্চঃ চৰাইদেউৰ সোণাৰিৰ পাৰ্শ্বৱতী নাফুক চাহ বাগিচাৰ নগাকটাত অৰ্ধ উলংগ অৱস্হাত উদ্ধাৰ যুৱকৰ মৃতদেহ । মৃতদেহটো চফ্ৰাই চাহ বাগিছাৰ স্কুল বাছৰ হেণ্ডিমেন ৰাজ চুড়ী বুলি চিনাক্ত । বুধবাৰে নিশা প্ৰায় ৯ বজাত স্হানীয় যুৱক পুৰণ কৰ্মকাৰৰ লগত ওলাই আহিছিল বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰে ৰাজ চুড়ীৰ পৰিয়ালে । আনহাতে, মৃতদেহটোৰ গুপ্তাংগ আৰু ডিঙিত আঘাটৰ চিন থকাৰ বাবে হত্যাৰ সন্দেহ আৰক্ষী আৰু স্থানীয় ৰাইজৰ । ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।
সোণাৰিত অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ - ETV bharat assam
হত্যাৰ সন্দেহ আৰক্ষী তথা স্থানীয় ৰাইজৰ
![সোণাৰিত অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2631387-1098-3b90079a-e692-4137-b2f1-4eaedf94b748.jpg?imwidth=3840)
sonari
চৰাইদেউ, ৭ মাৰ্চঃ চৰাইদেউৰ সোণাৰিৰ পাৰ্শ্বৱতী নাফুক চাহ বাগিচাৰ নগাকটাত অৰ্ধ উলংগ অৱস্হাত উদ্ধাৰ যুৱকৰ মৃতদেহ । মৃতদেহটো চফ্ৰাই চাহ বাগিছাৰ স্কুল বাছৰ হেণ্ডিমেন ৰাজ চুড়ী বুলি চিনাক্ত । বুধবাৰে নিশা প্ৰায় ৯ বজাত স্হানীয় যুৱক পুৰণ কৰ্মকাৰৰ লগত ওলাই আহিছিল বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰে ৰাজ চুড়ীৰ পৰিয়ালে । আনহাতে, মৃতদেহটোৰ গুপ্তাংগ আৰু ডিঙিত আঘাটৰ চিন থকাৰ বাবে হত্যাৰ সন্দেহ আৰক্ষী আৰু স্থানীয় ৰাইজৰ । ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।
sonari
সোণাৰি ত যুৱকৰ মৃতদেহ উদ্ধাৰ । হত্যাৰ সন্দেহ কৰিছে প্ৰশাসন আৰু ৰাইজে ।
Story-SUSPECTED_MURDER
Ananta Smith
Sivasagar
07th March
A_SVR-07TH_MAR_808-809_SUSPECTED_MURDER_ANANTA
চৰাইদেউ জিলাৰ সোণাৰিৰ পাৰ্শ্বৱতী নাফুক চাহ বাগিচাৰ নগাকটা টিলাৰ এক নম্বৰ লাইনৰ বাগিচাৰ মাজত অৰ্ধ উলংগ অৱস্হাত যুৱকৰ মৃতদেহ উদ্ধাৰ হয়।যুৱক জনৰ গুপ্তাঙ্গত আঘাটৰ চিন থকাৰ লগতে ডিঙিত বেল্টেৰে চিপ দি হত্যা কৰি নাফুক চাহবাগিচাৰ দুৰ্গম নগাকটা টিলাত মৃতদেহ পেলাই থৈ গল দৃৰ্বত্তই।মৃতদেহটো চফ্ৰাই চাহ বাগিছাৰ স্কুল বাছৰ হেণ্ডিমেন ৰাজ চুড়ী বুলি চিনাক্ত। যোৱা নিশা ন বজাত হত্যাৰ বলী হোৱা ৰাজ স্হানীয় যুৱক পুৰণ কৰ্মকাৰৰ লগত ওলাই আহিছিল বুলি ৰাজুৰ ভাতৃ প্ৰবিত্ৰ চুড়ীয়ে জানিবলৈ দিছে। হত্যাৰ সন্দেহ কৰিছে ৰাইজে । পৰৱৰ্তী সময়ত আজি অৰ্ধনগ্ন অৱস্থাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰে ৰাজ চুড়ীৰ মৃতদেহ ।
বাইট :- আৰক্ষী