ETV Bharat / state

গুৱাহাটীত উদ্ধাৰ কলগাছিয়াৰ যুৱতীৰ মৃতদেহ

স্বামীয়ে হত্যা কৰাৰ অভিযোগ যুৱতী গৰাকীৰ পৰিয়ালৰ

barpeta
author img

By

Published : Feb 28, 2019, 10:15 AM IST

বৰপেটা 28 ফেব্ৰুৱাৰীঃ কলগাছিয়াৰ যুৱতীক গুৱাহাটীৰ ভাড়াঘৰত হত্যা । হাতিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত সিজুবাৰীত উদ্ধাৰ যুৱতীৰ মৃতদেহ । স্বামীয়ে হত্যা কৰি চিপ লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ যুৱতী গৰাকীৰ পৰিয়ালৰ ।

barpeta

উল্লেখ্য যে,কলগাছিয়াৰ শৰিয়তপুৰ গাঁওৰ জয়নাল আলীৰ কন্যা আজমিনা খাতুনক কিছুদিন পূৰ্বে একেখন গাঁওৰে জয়নাল খানে চাকৰিৰ প্ৰলোভন দি ঘৰৰ পৰা ফুচুলাই লৈ যায় । পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে কলগাছিয়া আৰক্ষী থানাত জয়নাল খানৰ বিৰুদ্ধে গোচৰ দিয়াত ছোৱালীজনীক উভতাই দিয়ে যদিও পাচত আকৌ পলুৱাই নি বিয়া পাতে । তাৰ পাচতে গুৱাহাটীৰ সিজুৱাৰীত ভাড়া ঘৰত ৰাখিছিল আজমিনা খাতুনক । কিন্তু মঙলবাৰে সন্ধিয়া আজমিনা খাতুনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাচত জয়নাল খান আৰু তেওঁৰ সহযোগী কেইজনমান বন্ধুৱে ভাড়া ঘৰতে নৃশংসভাবে হত্যা কৰি চিপ লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে বুলি যুৱতী গৰাকীৰ ভাতৃয়ে অভিযোগ কৰে । আনহাতে, আজমিনা খাতুনৰ শৰীৰত অজস্ৰ আঘাতৰ চিন স্পষ্ট থকা বুলি অভিযোগ কৰাৰ লগতে জয়নাল খানৰ লগতে তেওঁৰ সহযোগী সকলক গ্ৰেপ্তাৰ দাবী জনাই আজমিনাৰ ভাতৃয়ে ।

Slug: A_BAR_28FEB_801_MURDER_SUSPECT_VIS+BITE_BAPKAN_DAS

কলগাছিয়াৰ যুৱতীক গুৱাহাটীৰ ভাড়াঘৰত হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা ৷ স্বামীয়ে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷

বৰপেটা ২৮ ফেব্ৰুৱাৰী:  কলগাছিয়াৰ যুৱতীক গুৱাহাটীৰ ভাড়াঘৰত হত্যা। হাতিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত সিজুবাৰীত মৃতদেহ উদ্ধাৰ। স্বামী জয়নাল খানে হত্যা কৰি চিপ লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ পৰিয়ালৰ। পলুৱাই নি বিয়া পাতি সিজুবাৰীৰ ভাড়াঘৰত ৰাখিছিল আজমিনা খাতুন নামৰ যুৱতীজনীক। স্বামী জয়নাল খানে দৃষ্টান্তমূলক শাস্তি দাবী পৰিয়ালৰ লোকৰ ৷

 বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শৰিয়তপুৰৰ এগৰাকী যুৱতীক গুৱাহাটীৰ সিজুবাৰীত পৰিকল্পিত ভাৱে হত্যা কৰি চিপ লগাই আত্মহত্যাৰ ৰূপ দিয়া ঘটনাই গুৱাহাটীৰ সিজুৱাৰীৰ লগতে কলগাছিয়াৰ শৰিয়তপুৰ গাঁওতো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।   কলগাছিয়াৰ শৰিয়তপুৰ গাঁওৰ  জয়নাল আলীৰ কন্যা  আজমিনা খাতুন (২৩)ক  কিছুদিন পূৰ্বে  একে গাঁওৰে জয়নাল খান ওৰফে জয়নাল সুদখোৰে চাকৰিৰ প্ৰলোভন দি ঘৰৰ পৰা ফুচুলাই লৈ যায়। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে কলগাছিয়া আৰক্ষী থানাত জয়নাল খানৰ বিৰুদ্ধে গোচৰ দিয়াত ছোৱালীজনীক উভতাই দিয়ে যদিও পিছত আকৌ পলুৱাই  নি বিয়া পাতি গুৱাহাটীৰ সিজুৱাৰীত ভাড়া ঘৰত ৰাখিছিল। কিন্তু মঙলবাৰে সন্ধিয়া  আজমিনা খাতুনক জয়নাল খান আৰু তেওঁৰ সহযোগী কেইজনমান বন্ধুৱে ভাড়া ঘৰতে নৃশংসভাবে হত্যা কৰি চিপ লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে বুলি ছোৱালীজনীৰ ভাতৃয়ে অভিযোগ উত্থাপন কৰিছে। পিছত পৰিয়ালৰ লোকে গুৱাহাটীৰ সিজুবাৰীত উপস্থিত হৈ হাতীগাঁও  আৰক্ষীৰ সহযোগত আজমিনা খাতুনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি বুধবাৰে নিশা ঘৰলৈ আনে। উল্লেখ্যে যে, আজমিনা খাতুনৰ শৰীৰত অজস্ৰ আঘাতৰ চিন স্পষ্ট থকা বুলি ভাতৃয়ে অভিযোগ কৰাৰ লগতে  জয়নাল খানৰ লগতে তেওঁৰ সহযোগী সকলক গ্ৰেপ্তাৰ কৰি শাস্তিৰ দাবী কৰিছে।

বাইট: পৰিয়ালৰ লোক।                                                                                     
--- বাপকন দাস, বৰপেটা                                                                    
  ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.