ETV Bharat / state

বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ হাহাকাৰ

লোকসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ বিমানখনেৰে যাত্ৰা কৰাৰ কথা আছিল বহু যাত্ৰী ৷  বিমানখন বাতিল কৰাৰ লগতে বিকল্প ব্যৱস্থা নকৰাত ক্ষোভিত হৈ পৰে যাত্ৰীসকল ৷

বিমান বাতিলক লৈ বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ মাজত হাহাকাৰ
author img

By

Published : May 5, 2019, 10:52 PM IST

আজাৰা, 5 মে' : পুনৰ বিমান বাতিলক লৈ বৰঝাৰসস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি । ৰাজস্থানৰ জয়পুৰলৈ যোৱা বিমান বাতিলক লৈ হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় যাত্ৰীসকলৰ মাজত । Spice Jetৰ SG342 নম্বৰৰ বিমানখন সন্ধিয়া ৬:২০ত জয়পুৰলৈ উৰা মৰাৰ কথা আছিল যদিও হঠাৎ বিমানখন বাতিল হোৱাত প্ৰায় ১৯০ গৰাকী যাত্ৰীৰ মাজত হাহাকাৰ লাগে । যাত্ৰীসকলৰ মাজত ৰোগাক্ৰান্ত লোকো আছে ৷

বিমান বাতিলক লৈ বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ মাজত হাহাকাৰ

আৰু পঢ়ক: ওড়িশাত আবদ্ধ দৰঙৰ মেধাৱী ছাত্ৰ

উল্লেখ্য যে সোমবাৰে ৰাজস্থানত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন । লোকসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ বিমানখনেৰে যাত্ৰা কৰাৰ কথা আছিল বহু যাত্ৰী ৷ বিমানখন বাতিল কৰাৰ লগতে বিকল্প ব্যৱস্থা নকৰাত ক্ষোভিত হৈ পৰে যাত্ৰীসকল ৷

Slug:-As_kam_5may_flight_cancel_hungama_811_as10020

বিমান বাতিলক লৈ বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ মাজত হাহাকাৰ ।

Ocvo..পুনৰ বিমান বাতিলক লৈ বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ মাজত হাহাকাৰ । ৰাজস্থানৰ জয়পুৰ বিমান বাতিলক হাহাকাৰময় পৰিস্থিতি যাত্ৰীসকলোৰ মাজত । Spice Jetৰ SG342 নম্বৰৰ বিমানখন সন্ধিয়া ৬:২০ত জয়পুৰলৈ উৰা মৰা কথা আছিল কিন্তু হঠাৎ বিমানখন বাতিল হোৱাত প্ৰায় ১৯০ যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ । ৰোগীয়া যাত্ৰী পৰিছে বিপদত ।

Bite1..

উল্লেখ্য যে অহাকালি ৰাজস্থানত অনুস্থিত হ'ব লোকসভা নিৰ্বাচন । আৰু লোকসভা নিৰ্বাচনত নিজৰ মৌলিক অধিকাৰ সাব্যস্ত কৰি ভোট দিবলৈ যোৱাৰ কথা বহু যাত্ৰীৰ । আনকি স্পাইটজেট কৰ্তৃপক্ষই যাত্ৰীসকলোৰ বাবে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ ।

Bite2..

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.