ETV Bharat / state

আজি বিশ্ব শিশু শ্ৰম বিৰোধী দিৱসঃ এবছৰত গুৱাহাটীত উদ্ধাৰ ৩১৩ জন শিশু শ্ৰমিক

বিশ্ব শিশু শ্ৰম বিৰোধী দিৱসৰ দিনটোতেই পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ৷ বিগত এটা বছৰত চাইল্ড লাইনে কেৱল গুৱাহাটীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৩১৩ জন শিশু শ্ৰমিক ৷ ইয়াৰে ২৫০ ৰো অধিক শিশু ঘৰুৱা কামত নিয়োজিত আছিল বুলি জানিব পৰা গৈছে ৷

author img

By

Published : Jun 12, 2019, 6:37 PM IST

এবছৰত গুৱাহাটীত উদ্ধাৰ ৩১৩ জন শিশু শ্ৰমিক

গুৱাহাটী, 12 জুনঃ আজি বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস ৷ শিশু শ্ৰমিক ৰোধ কৰি শিশুৰ অধিকাৰ আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যেই 2002 চনৰ পৰা পালন কৰি অহা হৈছে বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস ৷ কিন্তু এই বিশেষ দিনটোতেই পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য ৷ যোৱা এটা বছৰত চাইল্ড লাইনে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৩১৩ জন শিশু শ্ৰমিক ৷ ইয়াৰে ২৫০ ৰো অধিক শিশু ঘৰুৱা কামত নিয়োজিত বুলি জানিব পৰা গৈছে ৷ দোকান অথবা গেৰেজত শিশু শ্ৰমিকৰ উদ্ধাৰৰ সংখ্যা হ্ৰাস পাইছে, যদিও ২০১৮ আৰু ১৯ বৰ্ষত বৃদ্ধি পাইছে ঘৰুৱা কামত নিয়োজিত শিশুৰ সংখ্যা। ২০১৮ বর্ষৰ ভিতৰত শ্ৰম বিভাগে গুৱাহাটীৰ বিভিন্ন স্থানত অভিযান চলাই মে' মাহত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৪০ টা শিশু।

ইয়াৰ উপৰি, শিশু শ্ৰম আইনৰ অধীনত শিশুৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিছে বিভাগটোৱে । কেৱল সেয়াই নহয় ঘৰত উদ্ধাৰ হোৱা শিশুৰ গৰাকীক জৰিমনা বিহাৰ কথাও উল্লেখ চাইল্ড লাইন বিষয়াৰ ৷ উল্লেখযোগ্য যে জিলা প্ৰশাসনৰ উদ্যোগত চাইল্ড লাইনে শিশু শ্ৰমিক উদ্ধাৰৰ ক্ষেত্ৰত গঠন কৰিছে বিশেষ দল ৷

লগতে পঢ়কঃ শিশু শ্ৰমিক : দেশৰ উন্নয়নৰ এক ব্যাধি

ৰাজ্যত ভয়ানকভাৱে বৃদ্ধি পাইছে শিশু শ্ৰমিকৰ সংখ্যা 

এটা বছৰত উদ্ধাৰ ৩১৩ গৰাকী শিশু শ্ৰমিক। ইয়াৰে ২৫০ ৰো অধিক শিশু ঘৰুৱা কামত নিয়োজিত।  

বিশ্ব শিশু শ্ৰম বিৰোধী দিৱসৰ দিনা উন্মোচিত হৈছে এক ভয়ংকৰ তথ্য। যোৱা এটা বছৰত চাইল্ড লাইনে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৩১৩ জন শিশু শ্ৰমিক।দোকান অথবা গেৰেজত শিশু শ্ৰমিকৰ উদ্ধাৰৰ সংখ্যা হ্ৰাস পাইছে, যদিও ২০১৮ আৰু ১৯ বৰ্ষত বৃদ্ধি পাইছে ঘৰুৱা কামত নিয়োজিত শিশুৰ সংখ্যা। ২০১৮ বর্ষৰ ভিতৰত বিভাগটোৱে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই মে' মাহত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৪০ টা শিশু। ইয়াৰ উপৰি, শিশু শ্ৰম আইনৰ অধীনত শিশু ওপৰত চলা নিয্যাতনৰ বিৰুদ্ধে বিহীত   ব্যৱস্থা গ্ৰহণ কৰিছে বিভাগটোৱে।কেৱল সিমানেই নহয় ঘৰত উদ্ধাৰ হোৱা শিশুৰ গৰাকীক বিহা হৈছে জৰিমনা।

বাইট:  চাইল্ড লাইনৰ বিষয়া

উল্লেখযোগ্য যে শিশু শ্ৰমিক উদ্ধাৰৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ উদ্যোগত চাইল্ড লাইনে গঠন কৰিছে বিশেষ দল।

Please blur the face of children 

Slug: 
a_ghy_802_12june_child_labour_vis+bite_7201051

Feed : FTP 
Script : mail
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.