ETV Bharat / state

সংবাদমেলৰ যোগেদি ডিটেনচন কেম্পৰ বিৰোধিতা খিলঞ্জীয়াৰ

author img

By

Published : Jul 18, 2019, 8:15 AM IST

এন আৰ চি, ডি ভোটাৰ আৰু ডিটেনচন কেম্পৰ সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেলৰ আয়োজন একাংশ মূল সূঁতিৰ অসমীয়াৰ ৷ তেওঁলোকৰ দাবী ডিটেনচন কেম্পত থকা লোকসকলক অবিলম্বে মুক্তি দিয়াৰ লগতে বন্ধ কৰিব লাগে ডিটেনচন কেম্পৰ দৰে অমানবীয় ব্যৱস্থা

সংবাদ মেলৰ যোগেদি ডিটেনচন কেম্পৰ বিৰোধীতা খিলঞ্জীয়াৰ

গুৱাহাটী, 17 জুলাই : নাগৰিকত্ব বিষয়টোৱে অসমত এচাম মানুহৰ মাজত আতংকৰ সৃষ্টি কৰিছে । যি আতংকত একাংশই আত্মহননৰ দৰে পথ বাচি লবলগীয়া হৈছে । বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এন আৰ চি, ডি ভোটাৰ আৰু ডিটেনচন কেম্পৰ সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰে একাংশ খিলঞ্জীয়া সচেতন নাগৰিকে । বিদেশী ন্যায়ধীকৰণৰ জৰিয়তে অসমৰ বহু লোক ডিটেনচন কেম্পত বন্দী হৈ থকাৰ উপৰি নিতৌ প্ৰেৰণ কৰি আছে বহুতো লোকক ৷ তেওঁলোকৰ দাবী ডিটেনচন কেম্পত থকা লোকসকলক অবিলম্বে মুক্তি দিয়াৰ লগতে বন্ধ কৰিব লাগে ডিটেনচন কেম্পৰ দৰে অমানবীয় ব্যৱস্থা । সংবাদমেলত উত্থাপণ কৰে দাবী সম্বলিত স্মাৰক পত্ৰ ৷ সংবাদমেলত উপস্থিত থাকে নিৰুপমা বৰগোহাঞি, অৰূপা পটংগীয়াকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি ৷

সংবাদ মেলৰ যোগেদি ডিটেনচন কেম্পৰ বিৰোধিতা খিলঞ্জীয়াৰ

Intro:নাগৰিকত্ব বিষয়টোৱে অসমত এচাম মানুহৰ মাজত আতংকৰ সৃষ্টি কৰিছে ।যি আতংকত একাংশৰ।মৃত্যু হৈছে আৰু আন একাংশ ই আত্মহননৰ দৰে পথ বাচি লবলগীয়া হৈছে ।এইদৰে উদ্বিগ্ন হৈছে "অসমীয়া ঘাইসুতিৰ সচেতন নাগৰিক" ।

Body:বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ জৰিয়তে এই উদ্বিগ্নতা প্ৰকাশ কৰে অসমীয়া ঘাইসুতিৰ একাংশ সচেতন নাগৰিকে । অসমৰ বহু ডিটেনচন কেম্পত এতিয়া বন্দী বহু লোক । নিতৌ বিদেশী ন্যায়ধীকৰনৰ জৰিয়তে প্ৰেৰণ কৰিছে কেম্পলৈ ‌ । যি কাৰ্য অতি আচৰিত হবলগীয়া । তেওঁ লোকৰ দাবী ডিটেনচন কেম্পত থকা লোকসকলক অমিলম্বে মুক্তি দিব লাগে আৰু ডিটেনচন কেম্পৰ দৰে অমানবীয় ব্যৱস্থা বন্ধ কৰিব লাগে । সংবাদমেলতে দাবী সম্বলিত গোহাৰি এখনো উন্মোচন কৰে ।লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামতো এটা চক্ৰ ই বাধা দিয়াৰ চেষ্টা কৰিছে বুলিও মন্তব্য কৰে আৰু এখন শুদ্ধ এন আৰ চি প্ৰস্তুতৰো দাবী তোলে ।আজিৰ এই সংবাদমেলত উপস্থিত থাকে নিৰুপমা বৰগোহাঞি, অৰূপা পটংগীয়াকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.