ETV Bharat / state

জেব্ৰা ক্ৰছিংঃ বিপদসংকুল ৰাজপথেৰে পাৰ হয় পথচাৰী - Danger Level High

মহানগৰীৰ সদাব্যস্ত ফাঁচীবজাৰ অঞ্চলৰ এখন ভয়ংকৰ ছবি ৷ যিকোনো মুহুৰ্ততে সংঘটিত হ'ব পাৰে অঘটন ৷

বিপদসংকুল ৰাজপথ
author img

By

Published : May 28, 2019, 2:17 PM IST

গুৱাহাটী, 18 মেঃ মহানগৰীৰ এখন ভয়ংকৰ ছবি দেখিল আপোনাৰ বুকু নিশ্চয় কপি উঠিব ৷ মহানগৰীৰ মাজমজিয়াত থকা সদাব্যস্ত ফাঁচীবজাৰ অঞ্চলৰ এইখন ছবি প্ৰত্যক্ষ কৰিলেই সকলো কথা গম পাব আপুনি ৷

বিপদসংকুল ৰাজপথ

সদাব্যস্ত ফাঁচীবজাৰ অঞ্চলত কোনোধৰণৰ উপযুক্ত সুবিধাৰ অনুপস্থিতিতে বিপদসংকুলভাৱে পথ পাৰ হৈ আহিছে হাজাৰ হাজাৰ পথাচাৰীয়ে ৷ এম জি ৰোডৰ পৰা এছ এছ ৰোডলৈ পাৰ হ'বলৈ এইদৰে মৰণত শৰণ লৈ ৰাস্তা পাৰ হৈ আহিছে দৈনিক সহস্ৰাধিক পথাচাৰীয়ে ৷ পূৰ্বতে এইস্থানত জেব্ৰা ক্ৰছিঙৰ ব্যৱস্থা আছিল যদিও বৰ্তমানে নতুনকৈ ডিভাইদাৰ আৰু লোহাৰ ৰেলিং লগোৱা বাবে এইদৰে অসুবিধাৰ সন্মুখীন হৈ আহিছে পথাচাৰীসকল ৷

Intro:ব্যস্ত ফাঁচী বজাৰ অঞ্চলত বিপদ সংকুল বাবে হাজাৰ হাজাৰ লোক প্ৰতিদিনে পাৰ হয় ৰাজপথ।

Body:ব্যস্ত ফাঁচী বজাৰৰ এম জি ৰোড পৰা এছ এছ ৰোড লৈ যোৱা বাবে জেব্ৰা ক্ৰছিং আছে কিন্তু পথচাৰি সকলৰ বাবে নাই পথ পাৰ হোৱাৰ কোনো ব্যৱস্থা যাৰ বাবে ব্যস্ত ফাঁচী বজাৰৰ এম জি ৰোড পৰা এছ এছ ৰোডলৈ পথচাৰি সকলৰ ডিভাইডাৰ পাৰ হৈ যায় ফাঁচী বজাৰৰ কাপোৰৰ বজাৰলৈ। পূৰ্বতে ফাঁচী বজাৰৰ এম জি ৰোড পৰা এছ এছ ৰোড লৈ যোৱাৰ বাবে জেব্ৰা ক্ৰছিং আছিল যাৰ দ্বাৰা পথচাৰি সকলৰ ৰাজপথ সহজে পাৰ হব পাৰিছিল কিন্তু নতুন ডিভাইডৰ আৰু লোহাৰ ৰেলিঙ লগোৱাৰ বাবে এতিয়া বিপদ সংকুল বাবে হাজাৰ হাজাৰ লোক প্ৰতিদিনে পাৰ হয় ৰাজপথ। ব্যস্ত ফাঁচী বজাৰ এই অঞ্চলত হাজাৰ হাজাৰ যান বাহন চলাচল কৰে যান বাহন আৰক্ষী যান বাহান সমূহ ৰখাই পথচাৰিক ডিভাইডৰ পাৰ হোৱাত সহায় কৰে কিন্তু এই ঠাইত পথচাৰি সকলৰ বাবে ৰাস্তা পাৰ হোৱাৰ সুবিধা প্ৰদান নকৰে তেনেহলে অহা দিনবোৰত এই ঠাইত ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হব পাৰে।

Byte পথচাৰি

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.