ETV Bharat / state

27 চেকেণ্ডত পৰীক্ষা কৰিব পাৰিব সোণৰ বিশুদ্ধতা

গুৱাহাটীত মুকলি হ'লমাৰ্ক চেণ্টাৰ ৷ গুৱাহাটীৰ লাখটকীয়াস্থিত চৌধুৰী কমপ্লেক্সত মুকলি সোণ-ৰূপৰ গহনাৰ বিশুদ্ধতা ৰূপায়ণৰ হলমাৰ্ক কেন্দ্ৰ ৷

27 চেকেণ্ডত পৰীক্ষা কৰিব পাৰিব সোণৰ বিশুদ্ধতা
author img

By

Published : May 20, 2019, 8:58 PM IST

গুৱাহাটী, 20 মে’ : সোমবাৰে গুৱাহাটীৰ লাখটকীয়াস্থিত চৌধুৰী কমপ্লেক্সত মুকলি কৰা হয় এটা সোণ ৰূপৰ গহনাৰ বিশুদ্ধতা ৰূপায়ণ কৰা এটা হ’লমাৰ্ক কেন্দ্ৰ ৷ হ'লমাৰ্ক কেন্দ্ৰটো ফিটা কাটি মুকলি কৰে জনপ্ৰিয় কন্ঠশিল্পী কৃষ্ণমণি নাথ আৰু সাংবাদিক দেৱজিৎ ভূঞাই ৷

27 চেকেণ্ডত পৰীক্ষা কৰিব পাৰিব সোণৰ বিশুদ্ধতা

এই কেন্দ্ৰই গ্ৰাহকক সোণৰ বিশুদ্ধতা নিৰূপণৰ ক্ষেত্ৰত যথেষ্ট সহায়ক কৰিব বুলি উল্লেখ কৰে কৃষ্ণমনিয়ে । আনহাতে সাংবাদিক দেৱজিৎ ভূঞাই কয়, বিভিন্ন সময়ত ভেজাল সোণ কিনি গ্ৰাহকে ঠগ খোৱা দেখিবলৈ পোৱা যায় ৷ গতিকে এতিয়াৰ পৰা কেৱল ২৭ চেকেণ্ডৰ ভিতৰতে গ্ৰাহকে সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰিব । অসমৰ এইটো তৃতীয়টো হ’লমাৰ্ক কেন্দ্ৰ । মুকলি অনুষ্ঠানত কেন্দ্ৰটোৰ স্বত্বাধিকাৰ দীপক সাহা, সদৌ অসম স্বৰ্ণ শিল্পী এশ্বছিয়েচনৰ সম্পাদক জয়নাল আবেদী উপস্থিত থাকে ।

Intro:গুৱাহাটীৰ লাখটকীয়াস্থিত চৌধুৰী কমপ্লেক্সত সোমবাৰে সোন ৰূপৰ গহনাৰ বিশুদ্ধতা ৰূপায়ন কৰা এটা হলমাৰ্ক কেন্দ্ৰ মুকলি কৰা হয় । গুৱাহাটী হ'লমাৰ্ক চেন্টাৰ নামৰ এই কেন্দ্ৰ টো জনপ্ৰিয় কন্ঠশিল্পী আৰু সাংবাদিক দেৱজিৎ ভূঞাই ফিটা কাটি মুকলি কৰে । কৃষ্ণ মনিয়ে কয় যে এই কেন্দ্ৰ ই গ্ৰাহকক সোনৰ বিশুদ্ধতা নিৰূপন ৰ ক্ষেত্ৰত সহায় কৰিব ।গ্ৰাহকে সোনৰ বিশুদ্ধতা নিৰূপন কৰি মনৰ পচন্দৰে গহনা ক্ৰয় কৰিব পাৰিব । সাংবাদিক দেৱজিৎ ভূঞা ই কয় যে আমি বিভিন্ন সযয়ত ভেজাল সোন কিনি গ্ৰাহকক ঠগ খোৱা দেখিবলৈ পাও ।আশা কৰো এতিয়াৰে পৰা ৰাইজে আৰু নকল সোন ক্ৰয় ঠগ খাব নালাগে ।মাত্ৰ ২৭ চেকেণ্ডৰ ভিতৰতে গ্ৰাহকে সোনৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰিব ।এইটো অসমৰ তৃতীয় টৈ হলমাৰ্ক কেন্দ্ৰ ।ইয়াৰ দ্বাৰা গ্ৰাহক যথেষ্ট উপকৃত হব ।মুকলি অনুষ্ঠানত কেন্দ্ৰ টোৰ স্বত্বাধিকাৰী দীকক সাহা,সদৌ অসম স্বৰ্ণ শিল্পী এছোচিয়েচনৰ সম্পাদক জয়নাল আবেদী উপস্থিত থাকে ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.