ETV Bharat / state

মহানগৰীত আবকাৰী বিভাগৰ চুলাই বিৰোধী অভিযান - guwahati

প্ৰাগজ্যোতিষপুৰ আৱকাৰী বিভাগৰ অভিযানত জব্দ ৮০০ লিটাৰ চুলাই প্ৰস্তুতকাৰী পনীয় লগতে ৩০ লিটাৰ চুলাই ৷

etv bharat
author img

By

Published : May 29, 2019, 5:44 AM IST

গুৱাহাটী, 28 মে’: মঙলবাৰে গুৱাহাটীত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই প্ৰাগজ্যোতিষপুৰ আৱকাৰী বিভাগে ৷ মহানগৰীত দৈনিক বৃদ্ধি পোৱা অবৈধ সুৰাৰ বিৰুদ্ধে সষ্টম হৈ উঠিছে আবকাৰী বিভাগ ৷ মহানগৰৰ কেইবাটাও স্থানত অভিযান চলাই দলটোৱে জব্দ কৰে ৮০০ লিটাৰ চুলাই প্ৰস্তুতকাৰী পনীয় আৰু ৩০ লিটাৰ চুলাই ৷

etv bharat
মহানগৰীত আবকাৰী বিভাগৰ চুলাই বিৰোধী অভিযান

স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিতেই সঘনাই এনেদৰে অভিযান চলাই থকা হয় যদিও বৰ্তমানো অব্যাহত আছে চুলাই ৰমৰমীয়া বেহা । একাংশ অসাধু ব্যৱসায়ীয়ে মহানগৰীৰ চুকে কোণে বিক্ৰী কৰি আছে চুলাই । আনহাতে, আগলৈও অবৈধ চুলাই বিৰুদ্ধে এনে অভিযান সদায়ে অব্যাহত থাকিব বুলি প্ৰকাশ কৰে অভিযানকাৰী দলটোৱে ৷

etv bharat
জব্দ ৮০০ লিটাৰ চুলাই প্ৰস্তুতকাৰী পনীয় লগতে ৩০ লিটাৰ চুলাই

ৰাজ্যত বৰ্তমানো অব্যাহত আছে চুলাই ৰমৰমীয়া বেহা। একাংশ অসাধু ব্যৱসায়ীয়ে মহানগৰীৰ চুকে কোণে বিক্ৰী কৰি আছে চুলাই। মংগলবাৰে মহানগৰীৰ কেইবাটাও স্থানত প্ৰাগজ্যোতিষপুৰ আৱকাৰী বিভাগৰ চুলাইৰ বিৰুদ্ধে অভিযান। এই অভিযানত ৮০০লিটাৰ চুলাই প্ৰস্তুতকাৰী পনীয় আৰু ৩০ লিটাৰ চুলাই নষ্ট কৰে অভিযানকাৰী দলটোৱে। স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত অভিযান চলাই আৱকাৰী বিভাগে। নিয়মীয়াকৈ এনেদৰেই চুলাই বিৰোধী অভিযান চলাব বুলি জানিবলৈ দিয়ে অভিযানকাৰী দলটোৱে।

(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.