ETV Bharat / state

মৰিগাঁৱত নিৰ্মাণ হ'ব আন্তঃৰাষ্ট্ৰীয় হকী খেলপথাৰ - আধাৰশিলা

হকীৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাসমূহ দূৰ কৰিবলৈয়ে ৰাজ্যৰ বিভিন্ন খেলপথাৰত চেভেন এছেট হকী এছট্ৰটাফ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে

morigaon 1
author img

By

Published : Mar 6, 2019, 9:41 PM IST

মৰিগাঁও, 6 মাৰ্চঃ ৰাজ্যৰ হকী খৈলুৱৈৰ বাবে এক সুখবৰ ৷ মৰিগাঁৱত বুধবাৰে স্থাপন হ'ল ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হকী খেলপথাৰৰ আধাৰশিলা ৷ মৰিগাঁও ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোঁহাইয়ে স্থাপন কৰে আধৰশিলা ৷ ৰাজ্যৰ উদীয়মান হকী খেলুৱৈসকলে বিভিন্ন সময়ত হকীৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাসমূহ দূৰ কৰিবলৈয়ে ৰাজ্যৰ বিভিন্ন খেলপথাৰত চেভেন এছেট হকী এছট্ৰটাফ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে ৷ আনহাতে, আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশ গ্ৰহণ কৰে মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পবন মান্তা, জিলা উপায়়ুক্ত ঋতুৰাজ বৰা,হকী সন্থাৰ কোষাধ্যক্ষ,জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি, সম্পাদক, খেলুৱৈৰ লগতে মৰিগাঁও জিলা বিজেপি মুখ্য সমন্বয়ক ভদ্ৰকান্ত নাথকে ধৰি ভালেসংখ্যক ক্ৰীড়ানুৰাগী ৷

morigaon

Intro: ৰাজ্যৰ হকী খেলুৱৈসকলক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পয্যায়ত খেলিব পৰাকৈ হকী খেলপথাৰ নিৰ্মাণৰ আধাৰশিলা মৰিগাঁৱত। বুধবাৰে মৰিগাঁও ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত এই আধাৰশিলা স্হাপন কৰে কেন্দ্ৰীয় ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোহাঁইয়ে।

Body: ৰাজ্যৰ খেলপথাৰসমূহত হকীখেলাৰ বাবে আন্তগাঠনিৰ অভাৱ। সেয়ে ৰাজ্যৰ উদীয়মান হকী খেলুৱৈসকলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পয্যায়ত খেলিবলৈ গৈ বিভিন্ন অসুবিধাৰ সন্মুখীন হয়। আৰু সেই অসুবিধা দুৰ কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন খেলপথাৰত চেভেন এছেট হকীএছট্ৰটাফ নিৰ্মাণ কৰা হৈছে।
এই মহান উদ্দেশ্যৰে বুধবাৰে মৰিগাঁও ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত মন্ত্ৰী ৰাজেন গোহাঁইৰে আনুষ্ঠানিকভাৱে আধাৰশিলা স্হাপন কৰী উন্নত মানৰ হকী খেলপথাৰ। ষ্টেডিয়ামৰ অস্হায়ী মঞ্চত নাৰিকল ভাঙি আধাৰ শিলা কৰা অনুষ্ঠানটো সঞ্চালনা কৰে মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পবন মান্তাই।মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা,হকী সন্থাৰ কোষাধ্যক্ষ,জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি ,সম্পাদক ,খেলুৱৈৰ লগতে মৰিগাঁও জিলা বিজেপি মুখ্য সমন্বয়ক ভদ্ৰকান্ত নাথকে ধৰি ভালেসংখ্যক ক্ৰীড়ানুৰাগীয়ে অংশ লয়।byte:1rajen Gibson
2.cashier.
3.president.
উল্লেখযোগ্য যে মৰিগাঁও জিলা ষ্টেডিয়ামত আজি আধাৰ শিলা কৰা শিল্যান্যাসৰ তথা চেভেন এছেট এছট্ৰাফৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ দহদিনৰ পিছতে কাম সম্পূৰ্ণ কৰিববুলি সদৰী কৰে।

Conclusion:ratul deka.etvbharat.morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.