গুৱাহাটী,30এপ্ৰিলঃ মহানগৰবাসীৰ বাবে এক সুখবৰ ৷ কাৰণ মহানগৰীৰ যানজটৰ বাবে অতি উপযোগীকৈ বাজাজে বজাৰত মুকলি কৰিলে নতুন কোৱাদৰি চাইকেল কিউট বাহন। মঙলবাৰে জালুকবাৰীস্থিত ৰেডিচন ব্লু'ত মুকলি কৰা হয় এই নতুন বাহনখন। পেট্ৰ'ল আৰু চিএন জি চালিত দুই ধৰণৰ বাজাজ কিউট বাহন এতিয়াৰ পৰা উপলব্ধ হ'ব বজাৰত। এই বাহনখনৰ বজাৰ মূল্য হৈছে ২লাখ ৮২ হাজাৰ টকা। অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে বিশেষকৈ নিৰ্মাণ কৰা হৈছে বাহনখন ৷ ইফালে বাহনখন মুকলিৰ পূৰ্বে গ্ৰাহকৰ যথেষ্ট সমাদৰ লাভ কৰাৰ কথা উল্লেখ কৰে বাজাজ অট'ৰ উপ মহা প্ৰৱন্ধক মুকেশ কুমাৰ তিৱাৰীয়ে।
মহানগৰীৰ যান জটৰ সুবিধাকৈ মুকলি বাজাজৰ কিউট বাহন - বাজাজ অট'
মঙলবাৰে বাজাজে বজাৰত মুকলি কৰিলে নতুন কোৱাদৰি চাইকেল কিউট বাহন। মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডৰ বিভিন্ন শ্ব'ৰুমত উপলব্ধ হ'ব বাহনখন। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে বিশেষকৈ নিৰ্মাণ কৰা হৈছে বাহনখন ৷
![মহানগৰীৰ যান জটৰ সুবিধাকৈ মুকলি বাজাজৰ কিউট বাহন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3152290-thumbnail-3x2-j.jpg?imwidth=3840)