গুৱাহাটীৰ ৰাজপথত আৱতৰীয়া বিহু, বাজিছে ঢোল, বাজিছে পেঁপা আছে বিহুৱতীও। আগে আগে সু-সজ্জিত হাতী৷ পিছে এইয়া কোনো বিহু অনুষ্ঠান বুলি ভূল নকৰিব । এই লোকসভা নিৰ্বাচনৰ আগে আগে চলা ৰাজনৈতিক সমীকৰণ হে। অগপত বিলীন হ’ল আঞ্চলিকতাবাদী অসম গণ পৰিষদৰ ৷ শনিবাৰে ঢোলে ডগৰে দুই শতাধিক লোকৰ সমদলৰে অগপৰ ৰাজ্যিক কাৰ্য্যালয়ত আনুষ্ঠানিকভাৱে অগপত যোগদান কৰে আঞ্চলিকতাবাদী অসম গণ পৰিষদৰ নেতা সুনীল ৰাজকোঁৱৰে। উল্লেখযোগ্য তিনিবছৰ বছৰ পূৰ্বে অগপ ত্যাগ কৰি আঞ্চলিকতাবাদী অসম গণ পৰিষদৰ সুনীল ৰাজকোঁৱৰে। আৰু যোগদান কৰাৰ পূৰ্বে দীঘলীপুখুৰীৰ পাৰৰ পৰা এক বৃহৎ সমদল কৰি অগপ কাৰ্যালয়ত উপস্থিত হয় নেতাগৰাকী৷
ৰাজপথত হাতী, নাচনী আৰু বিহুৱা একেলগে কি কৰিছে?
গুৱাহাটীলৈ বিহু আহিলেই নেকি!

বিজেপিৰ লগত অগপই যোৱা বিধানসভা নিৰ্বাচনত কৰা মিত্ৰতাতৃ ক্ষুদ্ধ হৈ দল ত্যাগ কৰি নতুন দল গঠন কৰিছিল ৰাজকোঁৱৰে। কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বিজেপিৰে সৈতে অগপই মিত্ৰতা ছেদ কৰা বাবে পুনৰ অগপলৈ ঘূৰি অহা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে সুনীল ৰাজকোঁৱৰে।
ইয়াৰোপৰি সংবাদ মাধ্যমৰ আগত ৰাজকোঁৱৰে দাবী কৰে যে তেওঁ যোৱা বিধান সভা নিৰ্বাচনত 17 টা সমষ্টিৰ পৰা অঞ্চলিকতাবাদী অগপৰ পৰা প্ৰাৰ্থীত্ব দিছিল যদিও অগপৰ বিৰোধিতা কেতিয়াও কৰা নাছিল । অগপৰ মজিয়ালৈ পুনৰ সুনিল ৰাজকোঁৱৰক আদৰণি জনাই অগপ দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু অগপৰ জ্যেষ্ঠ নেতৃত্বই ৷
Conclusion: