ETV Bharat / state

চিৰাঙৰ আই নদীত সেউজ বিপ্লৱ - ,সেউজ বিপ্লৱ

নিজৰ জীৱিকাৰ বাট মুকলি কৰাৰ উপৰিও নিৱনুবাৰ আদৰ্শস্বৰূপ প্ৰায় 15/20 জন কৃষক

chirang
author img

By

Published : Mar 6, 2019, 9:23 PM IST

চিৰাং, 6 মাৰ্চঃ চিৰাঙৰ আই নদীৰ বালি চৰত কৃষকৰ সেউজ বিপ্লৱ ৷ নেপালপাৰাৰ 15-20 জন কৃষকে আই নদীৰ বালিত তৰমুজ,ৰঙালাউ,তিতা কেৰেলা উৎপাদ কৰি জীৱিকাৰ বাট মোকলোৱাৰ উপৰিও নিবনুৱাৰ বাবে আদৰ্শ হিচাপে পৰিগণিত হৈছে৷ বালিচৰৰ শ শ বিঘা ভূমিত কৃষি কৰ্মৰে চমক দিবলৈ সক্ষম হোৱা এই কৃষকসকলে চৰকাৰৰ পৰা কিছু সহায় পালে অধিক উপকৃত হ'ব বুলি মন্তব্য কৰে ৷

green revolution

চিৰাং, 6 মাৰ্চঃ চিৰাঙৰ আই নদীৰ বালি চৰত কৃষকৰ সেউজ বিপ্লৱ ৷ নেপালপাৰাৰ 15-20 জন কৃষকে আই নদীৰ বালিত তৰমুজ,ৰঙালাউ,তিতা কেৰেলা উৎপাদ কৰি জীৱিকাৰ বাট মোকলোৱাৰ উপৰিও নিবনুৱাৰ বাবে আদৰ্শ হিচাপে পৰিগণিত হৈছে৷ বালিচৰৰ শ শ বিঘা ভূমিত কৃষি কৰ্মৰে চমক দিবলৈ সক্ষম হোৱা এই কৃষকসকলে চৰকাৰৰ পৰা কিছু সহায় পালে অধিক উপকৃত হ'ব বুলি মন্তব্য কৰে ৷

Intro:চিৰাঙৰ আই নদীৰ বালিৰ চৰত কৃষক সকলে কঢ়িয়াই আনিছে আশাৰ বতৰা । চিৰাঙৰ উত্তৰ অঞ্চলৰ নেপালপাৰাৰ কৃষক সকলে আই নদীৰ বালিৰ চৰত তৰমুজ,মিঠালাউ,তিতা কেৰেলা আদিৰ উৎপাদন কৰি জীৱিকাৰ বাট মোকলাইছে । এয়া নেপালপাৰা গাওঁৰ ছবুৰ আলী,আইনুদ্দিন আলী,বন্দেশ আলী লগতে আৰু ১৫/২০ জন কৃষকে আই নদীৰ বালিৰ চৰত শশ বিঘা মাটীত কৃষি কৰ্মৰে চমক দিবলৈ সক্ষম হৈছে । বাৰিষা বতৰত এই আই নদীৰ বালিৰ চৰ পৰিনত হয় সাগৰত। কিন্ত খৰালিত নদীৰ পানী শুকাই বালিৰ চৰত পৰিনত হয় । এসময়ত এই সমুহ অঞ্চল একো একোটা জন বসতিৰ গা‍ঁও অঞ্চল আছিল । কিন্ত চৰকাৰৰ অৱহেলাৰ ফলতে আই নদীৰ গৰাখহনীয়াত পৰিনত হৈছে বালিৰ চৰত । চৰকাৰী কোনো সহায় সহযোগিতা নোহোৱাকৈ এই সকল কৃষকে কঢ়িয়াই আনিছে আশাৰ বতৰা । সঁচাকৈয়ে হেজাৰ হেজাৰ তৰমুজ ফুলিছে গছত,মিঠালাউ আৰু তিতা কেৰেলা যি সমূহ বিক্ৰী হয় চিৰাং তথা বঙাইগাঁও জিলাৰ বিভিন্ন চহৰত বিক্ৰী হয় । কৃষক সকলে জনায় চৰকাৰৰ কিছু সহায় সহযোগিতা পালে হয়তো তেওঁ লোকে অধিক উপকৃত হব পাৰিব বুলি জনায় ই টিভি ভাৰতক ।

বাইট : কৃষক দুজনৰ বাইট। লগতে পিটিচি দিলো ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।






Body:বাইট : কৃষক দুজনৰ বাইট। লগতে পিটিচি দিলো ।


Conclusion:সঁচাকৈয়ে হেজাৰ হেজাৰ তৰমুজ ফুলিছে গছত,মিঠালাউ আৰু তিতা কেৰেলা যি সমূহ বিক্ৰী হয় চিৰাং তথা বঙাইগাঁও জিলাৰ বিভিন্ন চহৰত বিক্ৰী হয় । কৃষক সকলে জনায় চৰকাৰৰ কিছু সহায় সহযোগিতা পালে হয়তো তেওঁ লোকে অধিক উপকৃত হব পাৰিব বুলি জনায় ই টিভি ভাৰতক ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.