ETV Bharat / state

মৰণফাণ্ডঃ হাতী খেদিবলৈ লোৰ গজাল কিমান সমীচিন ! - নাৰেংগী

বন্যহস্তীৰ সন্ত্ৰাস কোনো নতুন কথা নহয় ৷ বন্যহস্তীক ৰোধিবলৈ বহু সময়ত বহু অভিনৱ পন্থা গ্ৰহণ কৰি অহা হৈছে যদিও এইবাৰ নাৰেংগী সেনা ছাউনীত বন্যহস্তীৰ সন্ত্ৰাস ৰোধিবলৈ ব্যৱহাৰ কৰা নতুন পদ্ধতিয়ে চকু কপালত তুলিছে সকলোৰে ৷

আঘাতপ্ৰাপ্ত হাতী
author img

By

Published : Apr 3, 2019, 3:25 AM IST

গুৱাহাটী,3 এপ্ৰিলঃবনৰীয়া হাতীৰ সন্ত্ৰাস ৰোধিবলৈ অদ্ভূত কাৰ্য মহানগৰীৰ নাৰেংগী সেনা ছাউনীত ৷ হাতীৰ প্ৰৱেশ ৰোধ কৰিবলৈ গজাল ব্যৱহাৰ এতিয়া আঘাতপ্ৰাপ্ত হৈছে তিনিটাকৈ হাতী ৷ উল্লেখ্য যে, নাৰেংগী সেনা ছাউনী অঞ্চলত তিনিটাকৈ বনৰীয়া হাতীয়ে চলাইছে সন্ত্ৰাস ৷ হাতীৰ এই সন্ত্ৰাসক লৈ ৰাইজ আতংকিত হোৱাৰ সময়তে নাৰেংগী সেনা ছাউনীৰ এক কাৰ্যই এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে অঞ্চলটোত ৷ খাদ্যৰ সন্ধানত আমচাং বনাঞ্চলৰ পৰা ওলাই অহা হাতী ৰোধিবলৈ নাৰেংগী সেনা ছাউনীত মৰণফাণ্ড হিচাপে দিয়া লোৰ গজালত ভৰি দি এতিয়া আঘাতপ্ৰাপ্ত হৈছে হাতী ৷ আঘাতপ্ৰাপ্ত হাতীকেইটা পুনৰ অভয়াৰণ্যলৈ উভতি যাব নোৱাৰাত এতিয়া স্থানীয় ৰাইজে খাদ্যৰ যোগান ধৰাৰ লগতে বনবিভাগৰ লোক উপস্থিত হৈ চিকিৎসা প্ৰদান কৰিছে ৷

নাৰেংগী সেনা ছাউনী অঞ্চলত তিনিটাকৈ বনৰীয়া হাতীয়ে চলাইছে সন্ত্ৰাস ৷হাতী তিনিটাক লৈ আতংকিত এতিয়া অঞ্চলবাসী ৷খাদ্যৰ সন্ধানত আমচিং অভয়াৰন্যৰ পৰা ওলাই আহিছিল  হাতী কেইটা ৷কিন্তু হাতী কেইটা অহা ৰোধ কৰিবলৈ নাৰেংগী ছেনা ছাউনীত মৰনফাণ্ড হিচাপে দিয়া হৈছিল লোৰ গজাল কিন্তু সেই গজালত ভৰি দি আঘাতপ্ৰাপ্ত হৈ পুনৰ অভয়াৰন্যলৈ যাব নোৱাৰি অঞ্চলত এক আতংকয় পৰিস্থিতিৰ সৃষ্টি কৰে হাতীকেইটাই  ৷বৰ্তমান স্থানীয় ৰাইজে হাতী কেইটাক খাদ্যৰ যোগান ধৰাৰ লগতে বনবিভাগৰ লোক উপস্থিত হৈ চিকিৎসা প্ৰদান কৰে ৷কিন্তু হাতী ৰোধ কৰিবলৈ এনেদৰে গজাল ব্যৱহাৰ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

Lipika deka..Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.