ETV Bharat / state

মহানগৰীৰ কুমাৰপাৰাত ভয়ংকৰ অগ্নিকাণ্ড - guwahati

শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ স্থানীয় লোকৰ । অগ্নিকাণ্ডটোত এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰা বুলি মন্তব্য প্ৰত্যক্ষদৰ্শীৰ ।

fire
author img

By

Published : Mar 1, 2019, 3:40 PM IST

গুৱাহাটী, ১ মাৰ্চ: গুৱা়হাটীৰ কুমাৰপাৰা পাঁচালীত বৃহস্পতিবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডটোত সম্পূৰ্ণৰূপে ভস্মীভূত হয় সাতখনকৈ দোকান । শ্বৰ্টচাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ স্থানীয় লোকৰ ।

fire
অগ্নিকাণ্ডটোত এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰা বুলি প্ৰত্যক্ষদৰ্শীয়ে মন্তব্য কৰে।

উল্লেখ্য যে ঘটনাস্থলীত অগ্নি নিৰ্বাপন কৰিবলৈ ছয়খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় যদিও বহু পলকৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় । যাৰ ফলত কেইবা লাখ টকাৰ সা-সম্পত্তি জুইত জাহ যায় ।

Intro:Body:

গুৱাহাটী কুমাৰপাৰাত ভয়ংকৰ অগ্নিকাণ্ড

BODY: গুৱাহাটী, ১ মাৰ্চ: গুৱা়হাটীৰ কুমাৰপাৰা পাঁচালীত বৃহস্পতিবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ।  অগ্নিকাণ্ডটোত সম্পূৰ্ণৰূপে ভস্মীভূত হয় সাতখনকৈ দোকান । চৰ্ত চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ স্থানীয় লোকৰ । অগ্নিকাণ্ডটোত এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰা বুলি মন্তব্য প্ৰত্যক্ষদৰ্শীৰ ।

উল্লেখ্য যে, ঘটনাস্থলীত অগ্নি নিৰ্বাপন কৰিবলৈ ছয়খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় যদিও বহু পলকৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় । যাৰ ফলত কেইবা লাখ টকাৰ সা-সম্পত্তি জুইত জাহ যায় ।   

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.