ETV Bharat / state

ভাল কাম কৰিলে, ভাল ফল পায় :সৰ্বানন্দ সোণোৱাল

author img

By

Published : May 23, 2019, 8:46 PM IST

Updated : May 23, 2019, 8:59 PM IST

নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব বিজয়ৰ পাচতে দলীয় কৰ্মকৰ্তাৰ প্ৰশংসাত গদগদ হৈ পৰিল মুখ্যমন্ত্ৰী সোণোৱাল ৷ মুখ্যমন্ত্ৰীয়ে ক'লে, ভাল কাম কৰিলে, ভাল ফল পায় ৷

ভাল কাম কৰিলে, ভাল ফল পায়...

গুৱাহাটী, 23 মে' : ঘোষণা হ'ল লোকসভা নিৰ্বাচন 2019ৰ ফলাফল ৷ পুনৰ মোডীময় হৈ পৰিল দেশ ৷ দ্বিতীয়টো কাৰ্যকালৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি ৷ নিৰ্বাচনৰ এই অভূতপূৰ্ব বিজয়ৰ পাচতে দেশৰ কোটি কোটি বিজেপিৰ দলীয় কৰ্মকৰ্তাৰ প্ৰশংসাত গদগদ হৈ পৰিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ লগতে মুখ্য়মন্ত্ৰীগৰাকীয়ে ক'লে, ভাল কাম কৰিলে, ভাল ফল পায় ৷
ইপিনে প্ৰধানমন্ত্ৰী মোডীৰ সততা, নিষ্ঠা আৰু বলিষ্ঠ পদক্ষেপৰ বাবে ভাৰতৰ জনতাই মূল্যবোধৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ বাতাবৰণ লাভ কৰাৰ বাবেই পুনৰ সহযোগিতা আগবঢ়াইছে মোডীক ৷ মোডী, অমিত শ্বাহৰ অৰিহণাৰ বাবেই আজি বিজেপিয়ে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Intro:সর্বানন্দ সোণোৱাল ডাঙৰীয়াই ধন্যবাদ জনালে দলীয় কৰ্ম কৰ্তাৰ লগতে সকলো সাংসদ আৰু মন্ত্ৰী বিষয় ববীয়া সকলক । মুখ্যমন্ত্ৰী ৰ ভাষ্য ভাল কাম কৰিলে ভাল ফল পায়।প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ৰ নেতৃত্বত এই জয় বুলি কলে মুখ্যমন্ত্ৰী গৰাকীয়ে। ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণ ত অসমৰ সৰহ সংখ্যক আসন পাবলৈ সক্ষম বুলি কলে তেওঁ।

Body:প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ৰ নেতৃত্বত এই জয় বুলি কলে মুখ্যমন্ত্ৰী গৰাকীয়ে। ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিচক্ষণ ত অসমৰ সৰহ সংখ্যক আসন পাবলৈ সক্ষম বুলি কলে তেওঁ।

Conclusion:
Last Updated : May 23, 2019, 8:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.