ETV Bharat / state

নৱ-নিৰ্মিত বশিষ্ঠ থানা উদ্বোধন মুখ্যমন্ত্ৰীৰ - বশিষ্ঠ আৰক্ষী থানা

শনিবাৰে নৱ-নিৰ্মিত বশিষ্ঠ থানা উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

নৱ-নিৰ্মিত বশিষ্ঠ থানা উদ্বোধন মুখ্যমন্ত্ৰীৰ
author img

By

Published : Jul 20, 2019, 7:33 PM IST

গুৱাহাটী, 20 জুলাইঃ শনিবাৰে মহানগৰীৰ অন্যতম বশিষ্ঠ আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ দুটাকৈ মৌজাৰ 33খন সামৰি লোৱা থানাখনৰ নৱতম ভৱনটোত সকলো ধৰণৰ সুবিধা উপলব্ধ থাকিব ৷

নৱ-নিৰ্মিত বশিষ্ঠ থানা উদ্বোধন মুখ্যমন্ত্ৰীৰ

আৰক্ষী আধুনিকীকৰণৰ মৈত্ৰী আঁঁচনিৰ অধীনত নিৰ্মাণ কৰি উলিওৱা থানাখনৰ নতুন ভৱনটোৰ নামত ব্যয় কৰা হৈছে 1.8 কোটি টকা ৷ নতুন ভৱনটোত পৰামৰ্শ কক্ষ, চাইবাৰ চেল, শীত-তাপ নিয়ন্ত্ৰিত জিৰণী গৃহ, সভা-কক্ষকে ধৰি অন্য়ান্য সুবিধা উপলব্ধ থাকিব ৷ আজিৰ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপৰিও আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া, মহানগৰীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ, দিছপুৰ বিধায়ক অতুল বৰাৰ লগতে শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াসকল উপস্থিত থাকে ৷

Intro:শনিবাৰে মহানগৰীৰ নৱ নিৰ্মিত বশিষ্ট আৰক্ষীৰ থানাৰ ভৱন মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । প্ৰায় ৩৩ খন গাঁও দুটা মৌজা সাঙুৰি থকা এই থানাখন মহানোগৰীৰ অন্যতম গুৰুত্বপূৰ্ণ থানা ।

Body:আৰক্ষী আধুনিকৰণৰ মৈত্ৰী আঁচনিৰ অধীনত ১.৮ কোটি টকা ব্যয় কৰি নিৰ্মান কৰা হৈছে এই নৱ নিৰ্মিত ভৱনতো । এই স্মাৰ্ট থানাত , পৰামৰ্শ কক্ষ , চাইবাৰ চেল , শীত তাপ নিয়ন্ত্ৰিত জিৰণি ঘৰ , সভা কক্ষকে ধৰি সকলো ধৰণৰ আধুনি সা - সুবিধা উপলদ্ধ হব এই থানাত । আগন্তক দিনত মৈত্ৰী আঁচনিৰ অধীনত ৩০০ কৈও আফহিক স্মাৰ্ট থানা নিৰ্মান হব ৰাজ্যৰ বিভিন্ন প্ৰান্তত ।

Conclusion:এই মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , আৰক্ষী সঞ্চালক কুলধৰ শইকীয়া , দিছ্পুৰ বিধায়ক অতুল বৰা , মহানগৰীৰ আৰক্ষী আয়ুক্ত দুপক কুমাৰৰ লগতে শীৰ্ষ আৰক্ষী বিষয়া সকলে উপস্থিত থাকে এই অনুষ্ঠানত ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.