ETV Bharat / state

শৰাইঘাট দলঙ মেৰামতিৰ বুজ ললে মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Apr 29, 2019, 7:00 PM IST

15 মে'ৰ ভিতৰত পুৰনি শৰাইঘাট দলং মেৰামতি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

শৰাইঘাট দলঙ মেৰামতিৰ বুজ ললে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী, 29 এপ্ৰিল: আমিনগাওঁ শৰাইঘাটৰ দলংত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল । পুৰনি শৰাইঘাটত দলংৰ মেৰামতিৰ অগ্ৰগটিৰ বুজ লবলৈ উপস্থিত মুখ্যমন্ত্ৰী সোনোৱাল । 15 মে'ৰ ভিতৰত পুৰনি শৰাইঘাট দলং মেৰামতি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷ 20 জুনত ৰাইজৰ বাবে পুৰনি শৰাইঘাটৰ দলং মুকলি কৰিবৰ বাবে কঠোৰ নিৰ্দেশ সৰ্বানন্দ সোনোৱালৰ । ৰে'ল বিভাগে ৩০ জুনত সম্পূৰ্ণ কৰাৰ কথা আছিল মেৰামতিৰ কাম । শৰাইঘাটৰ পুৰণি দলঙৰ কাম লেহেমীয়া হোৱাৰ বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছতেই তৎপৰ হৈছে ৰাজ্য চৰকাৰ ।

লগতে পঢ়ক: ষ্ট্ৰং ৰূমৰ কাষতে ট্ৰাকে ট্ৰাকে ইভিএমঃ আমিনগাঁৱত উত্তেজনা

দুটা চীফ্টৰ পৰিৱৰ্তে তিনিটাকৈ চীফ্টত কাম কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ । ৰাইজৰ অসুবিধাৰ বাবে এই কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী গৰাকীৰ । উল্লেখযুগ্য যে যানযটঁৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে আলোচনা কৰে কামৰূপ জিলা আৰক্ষী প্ৰশাসনৰ সৈতে ।

*SLUG= AMINGAON CM AT SARAIGHAT BRIDGE*

👉আমিনগাওঁ শৰাইঘাটৰ দলংত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল । 
👉পুৰনি শৰাইঘাটত দলংৰ মেৰামতিৰ অগ্ৰগটিৰ বুজ লবলৈ উপস্থিত মুখ্যমন্ত্ৰী সোনোৱাল । 
👉১৫ মে'ৰ ভিতৰত পুৰনি শৰাইঘাট দলং মেৰামতি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী
👉২০ জুনত ৰাইজৰ বাবে পুৰনি শৰাইঘাটৰ দলং মুকলি কৰিবৰ বাবে কঠোৰ নিৰ্দেশ সৰ্বানন্দ সোনোৱালৰ । 
👉ৰে'ল বিভাগে ৩০ জুনত সম্পূৰ্ণ কৰাৰ কথা আছিল মেৰামতিৰ কাম । 
👉শৰাইঘাটৰ পুৰণি দলঙৰ কাম লেহেমীয়া হোৱাৰ বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছতেই তৎপৰ হ'ল ৰাজ্য চৰকাৰ।
👉দুটা চীফ্টৰ পৰিৱৰ্তে তিনিটাকৈ চীফ্টত কাম কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ।
👉ৰাইজৰ অসুবিধাৰ বাবে এই কঠোৰ নিৰ্দেশনা সোণোৱালৰ।
👉যানযটঁৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী গৰাকীৰ আলোচনা কামৰূপ জিলা আৰক্ষী প্ৰশাসনৰ সৈতে ।

*VISUAL SEND BY FTP*
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.