ETV Bharat / state

গুৱাহাটী প্ৰেছ ক্লাবত কাৰ্টুন প্ৰদৰ্শনী

প্ৰায় ৪০ খন বছা বছা কাৰ্টুন প্ৰদৰ্শন গুৱাহাটী প্ৰেছ ক্লাবত

cartoon 1
author img

By

Published : Feb 14, 2019, 6:34 PM IST

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় কাৰ্টুন প্ৰদৰ্শনী।

cartoon
কাৰ্টুনিষ্ট মুবীন ৰাভাৰ উদ্যোগত অনুষ্ঠিত ডিজিটেল কাৰ্টুন প্ৰদৰ্শনীত প্ৰায় ৪০ খন নিৰ্বাচিত কাৰ্টুন প্ৰদৰ্শন কৰা হয়। সাম্প্ৰতিক, ৰাজনৈতিক প্ৰেক্ষাপটৰ উপৰিও সামাজিক বিষয় সন্দৰ্ভটো কাৰ্টুন প্ৰদৰ্শন কৰা হয়।
undefined

Intro:গুৱাহাটী প্ৰেছ ক্লাবত কাৰ্টুন প্ৰদৰ্শনী ।

Body:গুৱাহাটী প্ৰেছ ক্লাবত অসমীয়া খবৰৰ কাৰ্টুনিষ্ট মুবীন ৰাভাৰ ডিজিটেল কাৰ্টুন প্ৰদৰ্শনী আয়োজন কৰা হয় ।প্ৰায় 40 খন কাৰ্টুন প্ৰদৰ্শন কৰা হয় ।সাম্প্ৰতিক,ৰাজনৈতিক পেক্ষাপটৰ উপৰিও সামাজিক বিষয়ৰ কাৰ্টুন প্ৰদৰ্শন কৰে ।লগতে এই কাৰ্টুনৰ জৰিয়তে বৰ্তমান সময়ত হোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক,মূল্যবৃদ্ধি, অগপ বিজেপি মিত্ৰতাৰ ওপৰতো অংকন কৰে ।2009 চনত ভাৰতৰ প্ৰথম ভাম্যমান আৰু মুকলি কাৰ্টুন প্ৰদৰ্শনীত মুবীন।ৰাভাৰ প্ৰায় 100 কাৰ্টুন প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল ।

Conclusion:লিপিকা ডেকা ।গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.