ETV Bharat / state

কি হ'ল কেবিনেট বৈঠকত ? - কেবিনেট বৈঠকৰ সিদ্ধান্ত

সমাপ্ত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক ৷ বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

কি হ'ল কেবিনেট বৈঠকৰ সিদ্ধান্ত ?
author img

By

Published : Jun 3, 2019, 5:42 PM IST

Updated : Jun 3, 2019, 8:28 PM IST

সমাপ্ত হ'ল ৰাজ্যৰ কেবিনেট বৈঠক

কি হ'ল কেবিনেট বৈঠকৰ সিদ্ধান্তঃ

  • ২৫ বছৰলৈ হ্ৰাস গাওঁবুঢ়াৰ নিযুক্তিৰ বয়স
  • দুটাতকৈ অধিক সন্তান থকা লোকে কৰিব নোৱাৰিব গাওঁবুঢ়া পদৰ বাবে আবেদন
  • নিদিষ্ট সময়ত টাইম স্কেল যোগে পদোন্নতি লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে
  • মানৱ সৰবৰাহ ৰোধৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ, নিৰীক্ষণত থাকিব Placement Agency
  • সত্ৰৰ ভূমি বেদখল মুক্ত কৰাৰ উদ্দেশ্যে সংশোধন ভূমি নীতি
  • ছয় স্বায়ত্ব পৰিষদৰ CEM ৰ দৰমহা ১৬ হাজাৰৰ পৰা ৪৫ হাজাৰ বৃদ্ধি পোৱাৰ বিপৰীতে ৫ হাজাৰৰ পৰা ২৫ হাজাৰলৈ বৃদ্ধি পাব সদস্যৰ দৰমহা
  • বহিঃৰাজ্যত কৰ্মৰত শ্বহীদ জোৱানলৈ আগবঢ়োৱা হ'ব ২০ লাখকৈ অনুদান

Intro:Body:

AS

Conclusion:
Last Updated : Jun 3, 2019, 8:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.