ETV Bharat / state

স্বৰ্ণকন্যা উপাধিৰে বিভূষিত হিমা দাস

author img

By

Published : Mar 23, 2019, 8:10 PM IST

ৰাজ্যৰ কেইবাজনো বিশষ্ট ব্যক্তিক সন্মান প্ৰদান ৷ জনপ্ৰিয় সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকাক গীতৰত্ন, জুবলি বৰুৱাক সংগীত কুঁৱৰী, বিপিন চাউদাঙক সংগীত সৌৰভ, নীল আকাশক সংগীত কোঁৱৰৰ লগতে অভিনেতা সিদ্ধাৰ্থ শৰ্মাক ৰসৰত্ন উপাধিৰে সন্মান জনায় সাংস্কৃতিক মহাসভা, অসমে ।

সাংস্কৃতিক মহাসভাৰ বঁটা প্ৰদান

গুৱাহাটী, 23 মাৰ্চঃ হিমা দাসকস্বৰ্ণকন্যা উপাধি প্ৰদান অসম সাংস্কৃতিক মহাসভাৰ ৷ ইয়াৰ লগতে ৰাজ্যৰ সংবাদ আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সন্মানিত কৰে সাংস্কৃতিক মহাসভাই ৷

সাংস্কৃতিক মহাসভাৰ বঁটা প্ৰদান

জনপ্ৰিয় সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকাক গীতৰত্ন, জুবলি বৰুৱাক সংগীত কুঁৱৰী, বিপিন চাউদাঙক সংগীত সৌৰভ, নীল আকাশক সংগীত কোঁৱৰৰ লগতে অভিনেতা সিদ্ধাৰ্থ শৰ্মাক ৰসৰত্ন উপাধিৰে সন্মান জনায় সাংস্কৃতিক মহাসভা, অসমে ।

Intro:সাংস্কৃতিক মহাসভা অসমে অসমৰ সংবাদ জগত আৰু সাংস্কৃতিক জগতলৈ অভিলেষ সৃষ্টি কৰা ব্যক্তি সকলক প্ৰদান কৰিলে ৰাজ্যিক উপাধিৰ লগতে বঁটা । অসমৰ সংবাদ জগতলৈ অৱদান আগবঢ়াই যোৱা অসমীয়া প্ৰতিদিন আৰু সাদিন সাস্কৃতিক গোষ্ঠীৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক জয়ন্ত বৰুৱা দেৱক সংবাদ সূৰ্য , বিশ্ব দৌৰ ৰাণীক স্বৰ্ণ কন্যা উপাধিৰে সন্মান প্ৰদান কৰে।

Body:অসমৰ সাংস্কৃতিক জগতলৈ অৱদান আগবঢ়োৱা জনপ্ৰিয় সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকাক গীতৰত্ন জুবলি বৰুৱাক সংগীত কুঁৱৰী বিপিন চাউদাংক সংগীত সৌৰভ নীল আকাশক সংগীত কোঁৱৰ লগতে বিশিষ্ট হাস্য ৰসিক অভিনেতা সিদ্ধাৰ্থ শৰ্মাক ৰসৰত্ন উপাধিৰে সন্মান জনায় সাংস্কৃতিক মহাসভা অসমে।
বঁটাৰ লগতে ৰাজ্যিক উপাধি সন্মানেৰে সন্মানিত হোৱা কলা কুশলী সকলো স্বাভাৱিকতে সুখী বুলি জানিবলৈ দিলে।
Bite :- নীল আকাশ , জুবলি, বিপিন চাউদাং।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.