ETV Bharat / state

মহা অম্বুবাচী মেলাৰ বাবে তৎপৰ কামৰূপ জিলা প্ৰশাসন - মা কামাখ্যা ধাম

মা কামাখ্যা ধামত ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ'বলগীয়া মহা অম্বুবাচী মেলাৰ বাবে তৎপৰ হৈ উঠিছে জিলা প্ৰশাসন । ভক্তৰ সা-সুবিধা তথা নিৰাপত্তাৰ ক্ষেত্ৰতো সৱৰ হৈ পৰিছে জিলা প্ৰশাসন ।

Breaking News
author img

By

Published : May 18, 2019, 7:35 PM IST

গুৱাহাটী, 18 মে’: শনিবাৰে কামৰূপ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ নেতৃত্বত পৰ্যটন নিগমৰ বিষয়াববীয়া, আৰক্ষীৰ উচ্চপদস্থ বিষয়াসহ এটা দলে পৰ্যবেক্ষণ কৰে নীলাচলৰ চৌপাশ । ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ'বলগীয়া মহা অম্বুবাচী মেলাৰ বাবে সাজু হৈ উঠিছে জিলা প্ৰশাসন ৷

মহা অম্বুবাচী মেলাৰ বাবে তৎপৰ কামৰূপ জিলা প্ৰশাসন

পদব্ৰজে মন্দিৰলৈ অহা প্ৰতিটো পথ তন্ন তন্নকৈ নিৰীক্ষণ কৰাৰ লগতে ঠায়ে ঠায়ে চিচি টিভি কেমেৰা, স্কেনাৰ মেচিন, মেটেল ডিটেক্টৰৰো ব্যৱস্থা কৰাৰ কথা প্ৰকাশ কৰিছে জিলা প্ৰশাসনে । জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে প্ৰকাশ কৰা অনুসৰি পূৰ্বৰ তুলনাত অধিক ভক্তৰ আগমন ঘটাৰ সম্ভাৱনা কমাখ্যা ধামলৈ ৷ যাৰ বাবে শিবিৰৰো সংখ্যা বৃদ্ধি কৰাৰ ব্যৱস্থা কৰিব বুলি প্ৰকাশ উপায়ুক্তগৰাকীৰ ৷

Intro:মা কামাখ্যা ধামত ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ'বলগীয়া মহা অম্বুবাচী মেলাৰ বাবে তৎপৰ হৈ উঠিছে জিলা প্ৰশাসন। ভক্ত সা সুবিধা, নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ক্ৰুতি এৰিব বিচৰা নাই প্ৰশাসনে। শণিবাৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ নেতৃত্বত পৰ্যটন নিগমৰ বিষয়া, আৰক্ষীৰ উচ্চপদস্থ বিষয়াসহ এটা দলে পৰ্যবেক্ষণ কৰে নীলাচলৰ চৌপাশ। খোজকাঢ়ি মন্দিৰলৈ অহা প্ৰতিটো পথ তন্ন তন্নকৈ নিৰীক্ষণ কৰে দলটোৱে। অম্বুবাচী মেলাৰ সময়ত এই পথসমূহত কৰা হ'ব পোহৰৰ বিশেষ ব্যৱস্থা। লগতে চিচি টিভি কেমেৰা, স্কেনাৰ মেচিন, মেটেল ডিটেক্টৰৰো ব্যৱস্থা কৰিব জিলা প্ৰশাসনে। বিগত বৰ্ষত ৰৈ যোৱা সুৰুঙা সমূহো পৰ্যবেক্ষণ কৰি নিৰাপত্তা ব্যৱস্থা কতকটিয়া কৰাৰ আশ্বাস প্ৰদান কৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে। যিহেতু বিগত বৰ্ষৰ তুলনাত এইবাৰ অধিক ভক্তৰ সমাগম ঘটিব কামাখ্যা ধামত। যাৰ বাবে পূৰ্বৰ তুলনাত বৃদ্ধি কৰা হ'ব ভক্তসকলৰ বাবে শিবিৰ। তাৰোপৰি পৰিবহণ বিভাগৰ বাহনো বৃদ্ধি কৰাৰ কথা উল্লেখ কৰে জিলা উপায়ুক্তগৰাকীয়ে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.