ETV Bharat / state

উলুবাৰী উৰণীয়া সেতুৰ ওচৰত ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা

একেলগে 5 খন বাহন দুৰ্ঘটনাগ্ৰস্ত হয় উলুবাৰীৰ বিষ্ণুৰাম মেধি উৰণীয়া সেতুৰ ওচৰত

উলুবাৰী উৰণীয়া সেতুৰ ওচৰত ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা
author img

By

Published : Apr 23, 2019, 1:23 PM IST

গুৱাহাটী, 23 এপ্ৰিলঃ সোমাবাৰে নিশা একেলগে 5 খন বাহন দুৰ্ঘটনাগ্ৰস্ত হয় উলুবাৰীৰ বিষ্ণুৰাম মেধি উৰণীয়া সেতুৰ ওচৰত। উলুবাৰীৰ পৰা গণেশগুৰি অভিমুখে আহি থকা এখন চিটি বাছে প্ৰথমে খুন্দিয়াই এখন মাৰুটি ৱেগন আৰক তাৰ পাছত চিটি বাছে খুন্দিয়াই পানী ভৰ্তি এখন অটোভেনক, এনেদৰে কেবাখনো বাহনৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ। ইফালে চিটি বাছখনত নিৰ্বাচনৰ বাবে নিৰাপত্তাৰক্ষী লৈ গৈ থকা অৱস্থাতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোৰ ফলত তীব্ৰ যানজটৰ সৃষ্টি হয় । দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাছ খনৰ চালকজনে । এই পথ দুৰ্ঘটনাত পানী ভৰ্তি আটোভেনখনৰ চালকজন গুৰুতৰভাৱে আহত হয় । আৰক্ষীয়ে গুৰুতৰভাৱে আহত অটোভেন চালকজনক চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় ।

Intro:উলুবাৰী উৰণীয়া সেতৰ ওচৰত ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

Body:সোমাবাৰে নিশা একেলগে ৫ খন বাহান দুৰ্ঘটনাগ্ৰস্ত। উলুবাৰী পৰা গণেশগুৰি অভিমুখে আহি থকা এখন চিটি বাছে প্ৰথমে খুন্দিয়ালে এখন মাৰুটি Wagon R ক তাৰ পাছত চিটি বাছে খুন্দিয়ালে পানী ভৰ্তি এখন আটোভেনক, Wagon R য়ে খুন্দিয়ালে মাৰুটি Alto বাহনৰ আৰু Alto বাহনে খুন্দিয়ালে এখন ইনভা বাহনক। চিটি বাছখনত নিৰ্বাচনৰ বাবে নিৰাপত্তাৰক্ষী লৈ নিয়াৰ অৱস্থাতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। যাৰ ফলত তীব্ৰ যানজটৰ সৃষ্টি হয়। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাছ চালকে। এই পথ দুৰ্ঘটনাত পানী ভৰ্তি এখন আটোভেন চালক গুৰুত্বৰভাৱে অহাত হয়। আৰক্ষীয়ে গুৰুত্বৰভাৱে অহাত আটোভেন চালক চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হস্পতালত ভৰ্তি কৰায়।
Byte

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.