ETV Bharat / state

1935চনৰ পৰা 2019 লৈ - jyoti prasad agarwala

84 বছৰীয়া বৰ্ণিল ইতিহাস জ্যোতিৰ "জয়মতী"

joymoti
author img

By

Published : Mar 10, 2019, 11:37 PM IST

গুৱাহাটী, 10 মাৰ্চঃ পোৱা-নোপোৱাৰ আলি-দোমোজাত অসমীয়া বোলছবি জগতৰ আজি পঞ্চাশীতি বৰ্ষ । 1935 চনৰ 10 মাৰ্চ অৰ্থাৎ আজিৰ দিনটোতে ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই অসমীয়া ছবি জগতলৈ কঢ়িয়াই আনিছিল এক আশাৰ ৰেঙনি ।১৯৩৩ চনৰ শেষৰফালে তেখেতে ভোলাগুৰি চাহ বাগিছাত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি "জয়মতী"ৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ ওপৰত আধাৰিত এই ছবিখনে ১৯৩৫ চনত মুক্তি লাভ কৰে ।

joymoti

জয়মতীৰ পৰাই আৰম্ভ হৈছিল অসমীয়া ছবি জগতৰ বৰ্ণিল যাত্ৰা ৷ আগৰৱালাই 1930 চনত জাৰ্মানীৰ ইউএফএ ষ্টুডিঅ'ৰ পৰা ছবি নিৰ্মাতাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিয়েই নিৰলস প্ৰচেষ্টাৰে অসমীয়া ছবিজগতৰ ইতিহাসত খোদিত কৰে জয়মতীৰ নাম ৷ দেওবাৰে অসমীয়া চলচ্চিত্ৰ জগতৰ গৌৰৱোজ্জ্বল যাত্ৰাৰ 84 তম বাৰ্ষিকী শ্ৰদ্ধাৰে স্মৰণ কৰে অসমীয়া ছবি জগতৰ কলা-কুশলীৰ লগতে অসমবাসীয়ে

Intro:আজি জয়মতীয়ে ৮৪ বছৰ গৰকিলে । 1935 চনৰ আজিৰ তাৰিখতে জ্যোতি প্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰি ওলাইছিল প্ৰথম অসমীয়া ছবি জয়মতী। জয়মতী ছবিয়ে অসমীয়া ছবি জগতলৈ দিছিল এক আশাৰ জ্যোতি। তাৰ পৰাই আৰম্ভ হৈছিল অসমীয়া ছবি জগতৰ বৰ্ণিল যাত্ৰা।

Body:বিদেশত লৈ অহা শিক্ষা আৰু ছবি জগতলৈ এক নতুন আশাৰ ৰেঙণি কঢ়িয়াই আনিবলৈ কৰা প্ৰচেষ্টাৰেই এক নিদৰ্শন আছিল জয়মতী। অসমীয়া চলচ্চিত্ৰ জগতৰ গৌৰৱোজ্জ্বল যাত্ৰাৰ ৮৪ তম বাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰে কলা কুশলী লগতে সমগ্ৰ অসম বাসীয়ে।
Bite:- পবিত্ৰ মাৰ্ঘেৰিটা।

Conclusion:youtube ৰ পৰা জয়মতী visual দিব ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.