ETV Bharat / state

দৰঙৰ মাগুৰমাৰী হত্যাকাণ্ডৰ লগত জড়িত ৪ জন আটক

বিগত তিনি মাৰ্চত মাগুৰমাৰী চৰত কাম কৰি থকা অৱস্থাত তমিজুদ্দিন নামৰ ব্যক্তি গৰাকীক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিছিল সাত জনীয়া এটা দুৰ্বৃত্তৰ দলে

author img

By

Published : Mar 6, 2019, 11:04 PM IST

darrang

দৰং, 6 মাৰ্চঃ দৰঙৰ মাগুৰমাৰী চৰত বিগত তিনি মাৰ্চত সংঘটিত হত্যাকাণ্ড সন্দৰ্ভত ধূলা আৰক্ষীৰ অভিযান ৷ অভিযানত আটক 4 অভিযুক্ত ৷ বিগত তিনি মাৰ্চত মাগুৰমাৰী চৰত কাম কৰি থকা অৱস্থাত তমিজুদ্দিন নামৰ ব্যক্তি গৰাকীক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰিছিল সাত জনীয়া এটা দুৰ্বৃত্তৰ দলে ৷ ঘটনা সন্দৰ্ভত নিহতৰ আত্মীয় মহিৰ আলিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিতে ধূলা আৰক্ষীয়ে অভিযান চলাই সমেশ আলি,জয়নাল আব্দিন , ইব্ৰাহিম আলি আৰু ওৱাজকৰুনী গ্ৰেপ্তাৰ কৰে ৷ আনহাতে, ঘটনাৰ লগত জড়িত লোকমান আলী, হবিবুৰ ৰহমান আৰু হানিফ আলি বৰ্তমান পৰ্যন্ত পলাতক অৱস্থাত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

murder

Slug _A_DARRANG_6MAR_801_MURDERER_ARRESTED

                     【Ftp】

##দৰঙৰ ধূলা আৰক্ষীৰ অভিযান ।
## অভিযানত গ্ৰেপ্তাৰ তমিজুদ্দিনৰ  চাৰি হত্যাকাৰী ।

Anchor == 

  দৰঙৰ  মাগুৰমাৰী চৰত তিনি মাৰ্চত দিন দুপৰতে  পথাৰত কাম কৰি থকা  তমিজুদ্দিনক চোকা অস্ত্ৰৰে ঘপিয়াই   হত্যা কৰিছিল একেখন গাৱৰ সাত-  জনীয়া এটা  দলে । ঘটনা সন্দৰ্ভত মহিৰ আলিয়ে  দাখিল কৰা এজাহাৰৰ ভিত্তিত ধূলা আৰক্ষীয়ে অভিযান চলাই 
 হত্যাকাৰী - সমেশ আলি,জয়নাল আব্দিন , ইব্ৰাহিম আলি ,আৰু  ওৱাজকৰুনী গ্ৰেপ্তাৰ কৰে । আনহাতে 
 লোকমান আলী , হবিবুৰ ৰহমান আৰু হানিফ আলি বৰ্তমান পলাতক হৈ আছে ।আৰক্ষীৰ জালত পৰা হত্যাকাৰীৰ  চাঞ্চল্যকৰ ভাষ্য - " তিনি মাহ পূৰ্বে মৃত তমিজুদ্দিনে হত্যা কৰিছিল সমেশ আলীৰ পুত্ৰ জয়নাল আব্দিনক । তাৰ প্ৰতিশোধ ললো আমি , হত্যা কৰিলো তমিজুদ্দিনক,খুন কা বদলা খুন "" ।আৰক্ষীয়ে  হত্যাকাৰীৰ বিৰুদ্ধে ১০১/১৯ নম্বৰত এক গোচৰ ৰুজু কৰি পলাতক আচামীক বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ।
                       ====
দেবব্ৰত  গোস্বামী;দৰং
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.