- কাছাৰৰ লক্ষীপুৰৰ স্বস্তীপল্লীত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ
- মঙলবাৰে স্বস্তীপল্লীৰ মনু দেৱ নামৰ ব্যক্তিজনৰ পত্নী সবিতা দেৱক চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে
- সবিতাৰ পৰকীয়া প্ৰেমৰ সম্বন্ধ থকা বুলি জনায় স্থানীয় ৰাইজে
- পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে ৰাইজ মেল বহুৱাব বুলি কোৱাৰ পিচতে সবিতাই আত্মহত্যা কৰাৰ সন্দেহ ৰাইজৰকাছাৰৰ লক্ষীপুৰত মহিলাৰ মৃতদেহ উদ্ধাৰ
কাছাৰৰ লক্ষীপুৰত মহিলাৰ মৃতদেহ উদ্ধাৰ - মৃতদেহ উদ্ধাৰ
পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে ৰাইজ মেল বহুৱাব বুলি কোৱাৰ পিচতেই সবিতাই আত্মহত্যা কৰাৰ সন্দেহ ৰাইজৰ
![কাছাৰৰ লক্ষীপুৰত মহিলাৰ মৃতদেহ উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3661200-thumbnail-3x2-ww.jpg?imwidth=3840)
কাছাৰৰ লক্ষীপুৰত মহিলাৰ মৃতদেহ উদ্ধাৰ
- কাছাৰৰ লক্ষীপুৰৰ স্বস্তীপল্লীত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ
- মঙলবাৰে স্বস্তীপল্লীৰ মনু দেৱ নামৰ ব্যক্তিজনৰ পত্নী সবিতা দেৱক চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে
- সবিতাৰ পৰকীয়া প্ৰেমৰ সম্বন্ধ থকা বুলি জনায় স্থানীয় ৰাইজে
- পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে ৰাইজ মেল বহুৱাব বুলি কোৱাৰ পিচতে সবিতাই আত্মহত্যা কৰাৰ সন্দেহ ৰাইজৰকাছাৰৰ লক্ষীপুৰত মহিলাৰ মৃতদেহ উদ্ধাৰ
Intro:Breaking News.. Silchar 25Jun... কাছাৰৰ লক্ষীপুৰৰ স্বস্তীপল্লী বুলি ঠাইত বুয়াৰীৰ মৃতদেহ উদ্ধাৰ লৈ চাঞ্চল্য ।Body:Breaking News.. Silchar 25Jun... কাছাৰৰ লক্ষীপুৰৰ স্বস্তীপল্লী বুলি ঠাইত বুয়াৰীৰ মৃতদেহ উদ্ধাৰ লৈ চাঞ্চল্য ।স্বস্তীপল্লীৰ মনু দেব নামৰ এজন ব্যক্তিৰ স্ত্ৰী সবিতা দেবক ডিঙিত ফাঁচী লাগি ঝুলি থকা অবস্থাত উদ্ধাৰ কৰা হৈছে । স্বস্তীপল্লী পৰা খবৰ পাওয়া গৈছে, সবিতাৰ আন এজনৰ লগত সম্পৰ্ক থকাৰ অভিযোগত তেওঁৰ স্বামী বকাঝকা কৰি গাঁওত মুৰব্বী সকলোক মাতিবলৈ কৈছিল। লাজৰ কথা ভাবি তেওঁ আত্মহত্যা কৰিছে বুলি সন্দেহ কৰা হৈছে।Conclusion:Breaking News.. Silchar 25Jun... কাছাৰৰ লক্ষীপুৰৰ স্বস্তীপল্লী বুলি ঠাইত বুয়াৰীৰ মৃতদেহ উদ্ধাৰ লৈ চাঞ্চল্য ।স্বস্তীপল্লীৰ মনু দেব নামৰ এজন ব্যক্তিৰ স্ত্ৰী সবিতা দেবক ডিঙিত ফাঁচী লাগি ঝুলি থকা অবস্থাত উদ্ধাৰ কৰা হৈছে । স্বস্তীপল্লী পৰা খবৰ পাওয়া গৈছে, সবিতাৰ আন এজনৰ লগত সম্পৰ্ক থকাৰ অভিযোগত তেওঁৰ স্বামী বকাঝকা কৰি গাঁওত মুৰব্বী সকলোক মাতিবলৈ কৈছিল। লাজৰ কথা ভাবি তেওঁ আত্মহত্যা কৰিছে বুলি সন্দেহ কৰা হৈছে।