ETV Bharat / state

কাছাৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ

কাছাৰৰ বৈৰাগী টিলাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ ৷ মীৰা নামৰ প্ৰায় পয়ত্ৰিশ বছৰীয়া এগৰাকী মহিলা আৰু তেওঁৰ বাৰ বছৰীয়া কন্যা সঙ্গীতাৰ নিজ ঘৰৰ ওচৰতেই জংঘলত ৰহস্যজনক অৱস্থাত মৃতদেহ দুটা উদ্ধাৰ কৰা গৈছে ৷

author img

By

Published : Oct 20, 2019, 6:29 AM IST

কাছাৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ

কাছাৰ, 19 অক্টোবৰঃ কাছাৰৰ বৈৰাগী টিলাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ ৷ মীৰা নামৰ প্ৰায় পয়ত্ৰিশ বছৰীয়া এগৰাকী মহিলা আৰু তেওঁৰ বাৰ বছৰীয়া কন্যা সঙ্গীতাৰ নিজ ঘৰৰ ওচৰতেই জংঘলত ৰহস্যজনক অৱস্থাত মৃতদেহ দুটা উদ্ধাৰ কৰা গৈছে ৷ মৃতদেহ দুটাৰ গাত কেইবাটাও আঘাতৰ চিন দেখিবলৈ পোৱা যায় । মৃতদেহ দুটা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে ৷ মহিলাগৰাকীৰ স্বামী অখিল দাসৰ কোনো শুং-সূত্ৰ নাই বাবে স্থানীয় লোকে হত্যা কৰি পলাই যোৱা বুলি সন্দেহ প্ৰকাশ কৰে ৷ আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ মৰোণোত্তৰ পৰীক্ষাৰ বাবে পঠিয়াইছে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

Intro:কাছাৰৰ বৈৰাগী টিলাত খুন । দুজন মহিলা। ঘটনাক কেন্দ্ৰ কৰি আতংকিত ৰাইজ ।Body:মাতৃ-কন্যাক নিধন, চাঞ্চল্য

কাছাৰ জিলাৰ চাতলা হাওয়ৰৰ বৈৰাগী টিলাত মাতৃ-কন্যাক নিধন। তেওঁ লোক যি ঘৰত যোৱা কেই মাস ধৰি বসবাস কৰি আহিছে তাৰ ওচৰতেই এটা জঙ্গলত আজি দুটা মৃতদেহ উদ্ধাৰ হৈছে। মাতৃ মীৰা বয়স পয়তিৰিশ বছৰ আৰু কন্যা বাৰো বছৰীয়া কিশোৰীৰ নাম সঙ্গীতা ৰী। মৃতদেহ দুটা ৰহস্যজনক অবস্থাত পোৱা গৈছে। তেওঁ লোকৰ গাত কেইবাটাও আঘাতৰ চিন দেখিবলৈ পোৱা যায়। মৃতদেহ দুটা দেখি স্থানীয় ৰাইজে পুলিচক খবৰ দিয়ে। পুলিচ স্নিফাৰ ডগ লৈ ঘটনা স্থলিত গৈ তদন্ত আৰম্ভ কৰে আৰু যি ঘৰত তেওঁ লোক বসবাস কৰি আহিছিল তাত গৈ হাজিৰ হয়। ঘৰ বন্ধ, দৰজাত তলা। ঘৰৰ গৰাকী অখিল দাস লপাত্তা।অনুমান কৰা হৈছে তেওঁ দৰজাত তলা ওলোমাই ঘৰ বন্ধ কৰি তেওঁ পেলাইছে । ঘৰৰ ওচৰত কেচা তেজৰ চিহ্ন দেখা গৈছে । ওচৰৰ মানুহ জনাইছে বিপত্নীক অখিলৰ লগত স্বামী এৰি দিয়া মীৰা ৰী যোৱা ছ'সাত মাহ ধৰি তেওঁৰ কন্যা লৈ একেলগে বসবাস কৰি আহিছে। পুলিচ দুটা মৃতদেহ উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজত ময়না তদন্তৰ বাবে পঠাইছে। ---- বাইটConclusion:ঘটনাক লৈ পুলিচৰ তদন্ত অব্যাহত ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.