ETV Bharat / state

কাছাৰত আটক 3 উগ্ৰপন্থীঃ জব্দ অস্ত্ৰ-শস্ত্ৰ

author img

By

Published : Nov 9, 2020, 8:03 PM IST

অভিযানকাৰী দলটোৱে উগ্ৰপন্থী কেইটাৰ পৰা জব্দ কৰে এটা AK-47, এটা MA Asult Rifel, ৩৫ টা 5.56 mm গুলী, ১৫টা 7.56 mm সজীৱ গুলী আৰু দুটা মেগজিন ৷ আৰক্ষীয়ে আটকাধীন উগ্ৰপন্থী কেইটাক সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে ৷

terrorist-arrested-in-cachar
কাছাৰত আটক 3 উগ্ৰপন্থীঃ জব্দ অস্ত্ৰ-শস্ত্ৰ

কাছাৰ, 9 নৱেম্বৰ : কাছাৰ জিলাৰ লক্ষীপুৰত মাৰণাস্ত্ৰ সহ আটক হৈছে তিনি দূৰ্ধৰ্ষ উগ্ৰপন্থী ৷ 37 নং আসাম ৰাইফলচ আৰু কাছাৰ আৰক্ষীৰ যুটীয়া অভিযানত আটক হৈছে উগ্ৰপন্থী কেইটা ৷ গোপন খবৰৰ ভিত্তিত অভিযান চলাই লক্ষীপুৰৰ মাৰকোলিনৰ পৰা সুৰক্ষাকৰ্মীয়ে আটক কৰে ইলিজাৰ জৌট, জন হামাৰ, আৰু ডাৰলিন হামাৰ নামৰ উগ্ৰপন্থী কেইটাক ৷ অভিযানকাৰী দলটোৱে উগ্ৰপন্থী কেইটাৰ পৰা জব্দ কৰে এটা AK-47, এটা MA Asult Rifel, ৩৫ টা 5.56 mm গুলী, ১৫টা 7.56 mm সজীৱ গুলী আৰু দুটা মেগজিন ৷

আৰক্ষীয়ে আটকাধীন উগ্ৰপন্থী কেইটাক সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : আলু পিয়াঁজৰ ব্যৱসায়ীক Z+ সুৰক্ষা প্ৰদানৰ দাবী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.