ETV Bharat / state

প্ৰমাণিত হ'ল সুস্মিতা দেৱৰ দুমুখীয়া স্থিতি - CAB

প্ৰমাণিত হৈছে সুস্মিতা দেৱৰ দুমুখীয়া স্থিতি ৷ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ নাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা

SILCHAR DISTRICT CONGRESS COMMITTEE
author img

By

Published : Apr 3, 2019, 6:46 PM IST

শিলচৰ, 3 এপ্ৰিলঃবুধবাৰে প্ৰকাশ পোৱা সুস্মিতা দেৱৰ নিৰ্বাচনী ইস্তাহাৰত নাগৰিকত্ব বিলৰ বিষয়ে কোনো কথা উল্লেখ নথকাত এই বিষয় লৈ সুস্মিতা দেৱৰ দুমুখীয়া স্থিতি প্ৰমাণিত হৈছে ৷ পূৰ্বে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটি আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ আহিলে বৰাক উপত্যকাত নাগৰিকত্ব সংশোধনী বিধেয়কবাতিলৰ হকে মাত মাতিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷

SILCHAR DISTRICT CONGRESS COMMITTEE

কিন্তু বুধবাৰে শিলচৰ জিলা কংগ্ৰেছ কমিটিয়ে এখন সংবাদমেলৰ আয়োজন কৰি যি নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে তাত উল্লেখ নাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা ৷ ইয়াৰ পাছতে সংবাদ মাধ্যমৰ তীব্ৰ প্ৰশ্নবানত কমিটিৰ কৰ্মকৰ্তা সকল উত্তৰবিহীন হৈ পৰে ৷

*NEWS SILCHAR*
নাগৰিকত্ব বিল লৈ যে কাছাৰ জিলা কংগ্ৰেছ আৰু সুস্মিতা দেবৰ দুমুখীয়া স্থিতি তা আজি প্ৰমাণ হল ৷ সুস্মিতা দেবৰ নিৰ্বাচনী ইস্তেহাৰত নাই নাগৰিকত্ব বিলৰ একো কথা ৷ যেহেতু AICC আৰু APCC ৰ নিৰ্বাচনী ইস্তেহাৰত স্পষ্ট কৈ উল্লেখ আছে যে কংগ্ৰেছ সৰকাৰ ক্ষমতাত আহিলে নাগৰিকত্ব সংশোধনী বিল বাতিল কৰিব ৷ কিন্তু AICC আৰু APCC ৰ এ নিৰ্বাচনী ইস্তেহাৰৰ বিপৰীতে গৈ আজি  কাছাৰ জিলা কংগ্ৰেছে এখন সংবাদমেল পাতি নিৰ্বাচনী ইস্তেহাৰ প্ৰকাশ কৰিছে ৷ যত নাই কোনো নাগৰিকত্ব বিল ৰ একো কথা ৷ এয়া লৈ এতিয়া স্পষ্ট হৈছে কাছাৰ জিলা কংগ্ৰেছ আৰু সুস্মিতা দেবৰ নাগৰিকত্ব বিল লৈ দুমুখীয়া স্থিতি ৷ এয়া লৈ কাছাৰ জেলা কংগ্ৰেছৰ কৰ্মকৰ্তা সকলক প্ৰশ্ন কৰিলে তেওঁলোকে সংবাদ মাধ্যমৰ মূখ খোলা নাই ৷
Footage ftp 
Slug silchar Congress 1 to 5
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.