ETV Bharat / state

শিলচৰ বিশ্ববিদ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি! - ASSAM

এটা ৰাজপথক লৈ উত্তেজনাময় পৰিস্থিতি শিলচৰত ৷ ৰাজ্য চৰকাৰে দীৰ্ঘদিন ধৰি পথটোৰ প্ৰতি গুৰুত্ব নিদিয়াৰ প্ৰতিবাদত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে শিলচৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷

এটা ৰাজপথক লৈ উত্তেজনা
author img

By

Published : Jul 22, 2019, 7:57 PM IST

শিলচৰ, 22 জুলাইঃ এটা গুৰুত্বপূৰ্ণ পথ ৷ এই পথটোৰে যাতায়াত কৰে তিনিখনকৈ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বহুতে লোকে ৷ শিলচৰ চিকিৎসা মহাবিদ্যালয়,এনআইটি,অসম বিশ্ববিদ্যালয়ৰ লগত বহু প্ৰতিষ্ঠান আৰু কলকাৰখানা সংযোগকাৰী শিলচৰ-হাইলাকান্দি গড়কাপ্তানী পথৰ দুৰৱস্থাই বিপদত পেলাইছে সকলোকে ৷ যাৰবাবে সোমবাৰে ক্ষুব্ধ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শিলচৰ হাইলাকান্দি ঘাইপথ অৱৰোধ কৰে ৷

শিলচৰ বিশ্ববিদ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি!
বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে শ্ৰেণীকোঠা এৰি বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ লগতে শিলচৰ হাইলাকান্দি ঘাইপথ অৱৰোধ কৰে । তেওঁলোকে অনতিপলমে পথটো নিৰ্মাণ কৰাৰ বাবে দাবী জনাইছে ৷

Intro:NEWS Silchar 22July.. শিলচৰ মেডিকেল কলেজ, এনআইটি, আসাম বিশ্ববিদ্যালয়ৰ লগত বহু প্ৰতিষ্ঠান আৰু কলকাৰখানা সংযোগকাৰী শিলচৰ- হাইলাকান্দি গড়কাপ্তানি পথৰ বাহাল অবস্থা লৈ ক্ষুব্ধ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে আজি নিজৰ শ্ৰেণীকোঠা আঁতৰি বিশ্ববিদ্যালয়ৰ মূল গেটৰ লগতে শিলচৰ হাইলাকান্দি ঘাইপথ অৱৰোধ কৰে। তেওঁ অনতিপলমে পথটো সংস্কাৰ কৰাৰ দাবী উত্থাপন কৰিছে।Body:NEWS Silchar 22July.. শিলচৰ মেডিকেল কলেজ, এনআইটি, আসাম বিশ্ববিদ্যালয়ৰ লগত বহু প্ৰতিষ্ঠান আৰু কলকাৰখানা সংযোগকাৰী শিলচৰ- হাইলাকান্দি গড়কাপ্তানি পথৰ বাহাল অবস্থা লৈ ক্ষুব্ধ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে আজি নিজৰ শ্ৰেণীকোঠা আঁতৰি বিশ্ববিদ্যালয়ৰ মূল গেটৰ লগতে শিলচৰ হাইলাকান্দি ঘাইপথ অৱৰোধ কৰে। তেওঁ অনতিপলমে পথটো সংস্কাৰ কৰাৰ দাবী উত্থাপন কৰিছে।Conclusion:NEWS Silchar 22July.. শিলচৰ মেডিকেল কলেজ, এনআইটি, আসাম বিশ্ববিদ্যালয়ৰ লগত বহু প্ৰতিষ্ঠান আৰু কলকাৰখানা সংযোগকাৰী শিলচৰ- হাইলাকান্দি গড়কাপ্তানি পথৰ বাহাল অবস্থা লৈ ক্ষুব্ধ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে আজি নিজৰ শ্ৰেণীকোঠা আঁতৰি বিশ্ববিদ্যালয়ৰ মূল গেটৰ লগতে শিলচৰ হাইলাকান্দি ঘাইপথ অৱৰোধ কৰে। তেওঁ অনতিপলমে পথটো সংস্কাৰ কৰাৰ দাবী উত্থাপন কৰিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.