ETV Bharat / state

বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ প্ৰতিবাদ

30 ঘন্টাৰ ধৰ্ণাত নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজ । নিজৰ দাবী আদায় কৰিবলৈ আজিৰ পৰা সম্প্ৰদায়টোৱে আৰম্ভ কৰিছে আন্দোলন ৷

নিজৰ অধিকাৰৰ বাবে প্ৰতিবাদ সম্প্ৰদায়টোৰ
author img

By

Published : Aug 8, 2019, 5:34 PM IST

শিলচৰ,8আগষ্ট :30 ঘন্টীয়া ধৰ্ণাত নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজ । নিজৰ দাবী আদায় কৰিবলৈ আজিৰ পৰা আৰম্ভ কৰিছে আন্দোলন ।তেওঁলোকৰ অভিযোগ, বিগত দিনত বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ নাম অন্যান্য পিচপৰা জাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল ৷ কিন্তু অসমত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অন্যান্য পিচপৰা জাতিৰ তালিকাৰ পৰা উঠাই দিয়ে । যদিও ত্ৰিপুৰাত বৰ্তমানেও অন্যান্য পিচপৰা জাতিৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে বিষ্ণুপ্ৰিয়া সমাজ ।

নিজৰ অধিকাৰৰ বাবে প্ৰতিবাদ সম্প্ৰদায়টোৰ

এতিয়া তেওঁলোকৰ দাবী চৰকাৰে অন্যান্য পিচপৰা জাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰি নললে গঢ়ি তুলিব জংগী আন্দোলন ৷

Intro:30 ঘন্টাৰ ধৰ্ণাত নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজ । নিজৰ দাবী আদায় কৰিবলৈ আজিৰ পৰা আৰম্ভ কৰিছে আন্দোলন ।Body:বিগত দিনত বিষ্ণু প্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ মানুহৰ OBC ত নাম আছিল অসমত ।কিন্তু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এইটো উঠাই দিয়ে । এতিয়া OBC নথকাৰ কাৰণে বিভিন্ন সমস্যাৰে সন্মুখীন সবলগীয়া হৈছে ।যদিও ত্ৰিপুৰা ত আছে OBC র অন্তৰ্ভুক্ত বিষ্ণু প্ৰিয়া সমাজৰ মানো সকল ।কিন্তু অসম চৰকাতে উঠাইদিছে OBC সুবিধা ।সেই কাৰণে আন্দোলনত বহিছে তেওঁ লোকে ।Conclusion:তেওঁ লোকে পৰিস্কাৰ ভাবে কৈচে যদিহে চৰকাৰে দাবী নামানে তেতিয়া দাগৰ আন্দোলনৰ ৰূপৰেখা তৈরি কৰিব তেওঁ লোকে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.