ETV Bharat / state

শিলচৰত জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান CITU ৰ

দাবীসমূহত ৰান্ধনী সকলৰ দৰমহা বঢ়োৱা,  CDS প্ৰকল্পৰ অধীন দপ্তৰসমূহ কিছু উন্নত কৰাৰ কথাও উল্লেখ কৰে ৷

শিলচৰ জিলা শাসকক স্মাৰকপত্ৰ প্ৰদান CITU ৰ
author img

By

Published : Jul 11, 2019, 9:19 AM IST

কাছাৰ, 11 জুলাইঃ বুধবাৰে শিলচৰ জিলা প্ৰশাসনক স্মাৰকপত্ৰ প্ৰদান কৰিলে CITU নামৰ সংগঠনটোৰ । দীৰ্ঘদিনীয়া ভিন্ন সমস্যা সমাধানৰ দাবীৰ পৰিপ্ৰেক্ষিতত জিলা উপায়ুক্তক 11 দফীয়া দাবীৰ এখন স্মাৰকপত্ৰ প্ৰদান কৰে সংগঠনটোৱে । দাবীসমূহত ৰান্ধনী সকলৰ দৰমহা বঢ়োৱা, CDS প্ৰকল্পৰ অধীন দপ্তৰসমূহ কিছু উন্নত কৰাৰ কথাও উল্লেখ কৰে ৷ ইয়াৰোপৰি প্ৰতিবাদকাৰীৰ দাবী মানি নল'লে আন্দোলন অতি তীব্ৰতৰ কৰিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

Intro:কাছাৰ জিলাৰ শিলচৰৰ জেলাশসকৰ মাৰফত শ্বৰকলিপি লিপি প্ৰদান কৰিলে CITU নামক সংগঠনে ।Body:দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ দাবীৰ পৰিপ্ৰেক্ষিতত মোট 11দফা দাবীৰ শ্বৰকলিপি প্ৰদান কৰে তেওঁ লোকে।মুখ দাবীৰ মাজত ৰাধুনি সকলৰ দৰমহা 18 হাজাৰ টকা কৰিব লাগিব। ICDS প্ৰকল্পৰ অধীন দপ্তৰৰ উন্নতি কৰিব লাগিব।Conclusion:দীৰ্ঘ সময় ধৰি শ্লোগান দি তেওঁ লোকে কয় যদি চৰকাৰে তেওঁ লোকৰ দাবী মানি নলয় তেতিয়া হলে অহা দিনত ডাঙৰকৈ আন্দোলনৰ ডাক দিব তেওঁ লোকে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.