ETV Bharat / state

বৰাকত নচলিব অসমীয়া ভাষা ! - All Cachar Karimgang Hailakandi Student Assocition

বৰাক উপত্যকাত অসমীয়া ভাষা কেতিয়াও মানি লোৱা নহ'ব ৷ কাৰণ বৰাকৰ চৰকাৰী ভাষা বাংলা ৷ অসমত কেৱল অসমীয়া নাথাকে ৷ মাৰ মিকিৰ ডিমাছাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মানুহ বাস কৰে অসমত ৷

বৰাক
বৰাকত নচলিব অসমীয়া ভাষা!
author img

By

Published : Dec 2, 2019, 11:44 PM IST

শিলচৰ, 2 ডিচেম্বৰঃ অসমৰ চৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠানত অসমীয়া ভাষা চলিব বুলি গৃহ মন্ত্ৰী অমিত শ্বাহে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া শিলচৰত ৷ সোমবাৰে All Cachar Karimgang Hailakandi Student Assocition ৰ উপদেষ্টা প্ৰদীপ দত্তই এক সম্বৰ্ধনা অনুষ্ঠানত অংশ গ্ৰহণ কৰি কয় যে, 'বৰাক উপত্যকাত অসমীয়া ভাষা কেতিয়াও মানি লোৱা নহ'ব ৷ কাৰণ বৰাকৰ চৰকাৰী ভাষা বাংলা ৷ অসমত কেৱল অসমীয়া নাথাকে ৷ মাৰ মিকিৰ ডিমাছাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকও বাস কৰে ৷ যাৰ বাবে বৰাকৰ চৰকাৰী কাৰ্যলয়ত কেতিয়াও অসমীয়া ভাষা মানি লোৱা নহ'ব ৷'

Intro:অমিত শাহর বক্তব্য লৈ প্ৰতিক্ৰিয়া শিলচৰত all cachar karimgang hailakandi student assocition এর উপদেষ্টা প্রদীপ দত্ত ৰায়ৰ । আকৌ জুইৰ কৱলত পঢ়িব পাৰে অসম ।Body:অমিত শাহর বক্তব্য লৈ প্ৰতিক্ৰিয়া শিলচৰত all cachar karimgang hailakandi student assocition এর উপদেষ্টা প্রদীপ দত্ত ৰায়ৰ । আকৌ জুইৰ কৱলত পঢ়িব পাৰে অসম ।
অমিত শাহ মন্তব্যৰ পৰিপেক্ষিত তেওঁ কয় বৰাক উপত্যকাত অসমীয়া ভাষা কেতিয়াও মানি নো লওঁ । কাৰণ বৰাকৰৰ অফিচিয়েল ভাষা বাংলা। অসমত কেবল মাত্ৰ অসমীয়া নহয় মাৰ মিকিৰ ডিমাছা লগতে বিভিন্ন জাতি প্ৰজাতিৰ মানুহৰ বসবাস কৰীয়াছে।Conclusion:আজি এক সংবৰ্ধনা সভাত তেওঁ এই মন্তব্য কৰে ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.