ETV Bharat / state

শিলচৰত আটক কলকতাৰ কোৱাৰেন্টাইনৰ পৰা পলায়ন কৰা চাৰিজন লোক - কোৱাৰেন্টাইন

কলকাতাৰ কোৱাৰেন্টাইন চেন্টাৰৰ পৰা পলায়ন কৰা শিলচৰৰ চাৰিজন লোকক আটক কৰি কোৱাৰেন্টাইন কৰা হয় ৷

labure admit silchar mediacl college hospital
কলকতাৰ কোৱাৰেন্টাইনৰ পৰা পলায়ন কৰা চাৰিজন লোক
author img

By

Published : May 22, 2020, 1:35 PM IST

শিলচৰ, 22মেঃ লক ডাউনৰ মাজতে কলকতাৰ পৰা গোপনে আহি শিলচৰত উপস্থিত হৈছিল চাৰিজনকৈ লোক ৷ শিলচৰৰ আই এছ বি টিত আটাইকেইজন লোককে কলকাতাৰ পৰা গোপনে অহাৰ কথা ধৰা পৰে ৷ ঘটনাস্থলীত প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ তেওঁ লোকক শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷

কলকতাৰ কোৱাৰেন্টাইনৰ পৰা পলায়ন কৰা চাৰিজন লোক

উল্লেখযোগ্য যে পশ্চিম বংগৰ কোৱাৰেন্টাইন চেন্টাৰ পৰা পলাই আহিছিল লোক কেইজন । আনহাতে বৰ্তমানলৈ শিলচৰ মেডিকেল কলেজত 4542 টা কোভিড-19 টেষ্ট কৰা হৈছে আৰু যোৱা 24 ঘন্টাত 526 ছেম্পল সংগ্ৰহ কৰা হৈছে বুলি জানিবলৈ দিছে স্বাস্থ্য বিভাগে ৷ তাৰ ভিতৰত 323টা টেষ্ট হৈছে আৰু বৰ্তমান 15 জন কোভিড-19 আক্ৰান্ত ৰোগী শিলচৰ মেডিকেল কলেজত আছে তাৰে চাৰিজনক সুস্থ হোৱাত ঘৰলৈ যাবলৈ দিয়া ৷

লগতে পঢ়কঃ অখিল গগৈৰ মুক্তিৰ দাবীত মৰাণৰ এগৰাকী আইতাৰ কবিতাৰে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.