শিলচৰ, 25জুলাইঃ সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ কাছাড় জিলা কমিটিয়ে আজি শিলচৰ চহৰত এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি বিক্ষোভ প্ৰদৰ্শন কৰে ৷ বিক্ষোভকাৰীসকলে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ দ্বাৰা শেহতীয়াকৈ উত্থাপিত মধ্যাহ্ন ভোজন প্ৰকল্প বেচৰকাৰী সংস্থাৰ হাতত প্ৰদানৰ সিদ্ধান্ত বাতিল, মধ্যাহ্ন ভোজন কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি, নিয়মীয়াকৰণ হোৱা চাকৰিৰ নিৰাপত্তা সুনিশ্চিত কৰা ইত্যাদি বিষয়ৰ ওপৰত চৰকাৰক উপযুক্ত নীতি গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷
শিলচৰত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ গণ সমদল
সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ কাছাৰ জিলা কমিটিয়ে আজি শিলচৰ চহৰত এক বিশাল সমদল বাহিৰ কৰে| সমদলকাৰীসকলে জিলা উপায়ুক্তৰ অফিচৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে |

Bite...