ETV Bharat / state

শিলচৰত শ্ৰমিকৰ প্ৰতিবাদ

চাহ বাগিছা খনৰ পৰিচালকজনক বদলিৰ বাবে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বাগিছাৰ শ্ৰমিকসকলে ৷ পৰিচালকগৰাকীয়ে দীৰ্ঘদিন ধৰি অন্যায়-অবিচাৰ চলাই অহাৰ লগতে শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।

শিলচৰত শ্ৰমিকৰ প্ৰতিবাদ
author img

By

Published : Jun 22, 2019, 7:05 PM IST

কাছাৰ,22 জানুৱাৰী: কাছাৰৰ ৰোষকান্দি চাহ বাগিচাৰ শ্ৰমিকৰ বিক্ষোভ। শনিবাৰে ৰোষকান্দি চাহ বাগিচাৰ শ্ৰমিক সকলে শিলচৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত ধৰ্ণা প্ৰদৰ্শন কৰিবলৈ আহি সন্মুখীন হয় আৰক্ষীৰ বাধাৰ ৷ শ্ৰমিকৰ হৈ এক প্ৰতিনিধি দল উপায়ুক্তৰ সৈতে এক বৈঠকত মিলিত হয় । বাগিছাখনৰ পৰিচালকজন বদলিৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা শ্ৰমিকসকলক কেইবাঠাইতো বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷

কাছাৰৰ ৰোষকান্দি চাহ বাগিচাৰ শ্ৰমিকৰ বিক্ষোভ

উল্লেখযোগ্য যে, চাহ বাগিছা খনৰ পৰিচালকজনক বদলিৰ বাবে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বাগিছাৰ শ্ৰমিকসকলে ৷ পৰিচালকগৰাকীয়ে দীৰ্ঘ দিন ধৰি অন্যায়-অবিচাৰ চলাই অহাৰ লগতে শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।

News Silchar 
কাছাৰৰ ৰোষকান্দি চা বাগিচাৰ শ্ৰমিক বিক্ষোভ।আজি ৰোষকান্দি চা বাগিচাৰ শ্ৰমিক সকলে শিলচৰৰ জেলাশসকৰ কাৰ্য্যালয়ৰ সম্মুখত  ধৰণ প্ৰদৰ্শন কৰিবলৈ আহি আৰক্ষীৰ বাধাৰ সন্মুখীন হয় ।তাৰ ফলত জেলাশসকৰ অফিচৰ অলপ দূৰত  বহিপৰে তেওঁ লোকে। 
শ্ৰমিকৰ হৈ এক প্ৰতিনিধি দল জেলাশাসকৰ লগত মিটিং কৰিয়াছে ।
Footage ftp
SlugSilchar DC Office Protest-
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.