ETV Bharat / state

ক'ভিড ভেকচিন চেন্টাৰ পৰিদৰ্শন বিধায়ক কিশোৰ নাথৰ

author img

By

Published : May 22, 2021, 10:40 PM IST

বৰখলাৰ প্রাক্তন বিধায়ক কিশোৰ নাথে বৰখলা ৰাজা গোবিন্দ স্কুলত থকা ক'ভিড ১৯ ভেকচিন চেন্টাৰ পৰিদর্শন কৰে । পৰিদৰ্শন কালত ক'ভিড ভেকচিন প্ৰদান সামগ্ৰিক পৰিস্থিতি বুজ লয় ৷

ক'ভিড ভেকচিন চেন্টাৰ পৰিদৰ্শন কৰিলে প্রাক্তন বিধায়ক কিশোৰ নাথে

শিলচৰ, 22 মে' : বৰখলাৰ প্রাক্তন বিধায়ক কিশোৰ নাথে বৰখলা ৰাজা গোবিন্দ স্কুলত থকা ক'ভিড ১৯ ভেকচিন চেন্টাৰ পৰিদর্শন কৰে । পৰিদৰ্শন কালত ক'ভিক ভেকচিন প্ৰদানৰ সামগ্ৰিক পৰিস্থিতি বুজ লয় ৷

জানিব পৰা মতে, চেণ্টাৰটোত ক'ভিক ভেকচিন লাভৰ ক্ষেত্ৰত একাংশ লোক বঞ্চিত হোৱাৰ অভিয়োগ উত্থাপন হৈছে ৷ ভেকচিনৰ বাবে অনলাইন ব্যৱস্থাও কৰিব পৰাই অঞ্চলটোৰ ৰাইজে ৷ এই বিষয়ত প্রাক্তন বিধায়ক কিশোৰ নাথে ভেকচিন চেণ্টাৰটো পৰিদর্শন কৰি সমস্যাটোৰ বুজ লয় ৷ ইয়াৰ পাচতে এই বিষয়টো স্বাস্থ্য বিভাগক অৱগত কৰাৰ আশ্বাস প্ৰদান কৰে কিশোৰ নাথে ৷

লগতে পঢ়ক : বন্দীত্বৰ সময়ছোৱাত ৰিতুল শইকীয়াক কি ক’লে পৰেশ বৰুৱাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.