ETV Bharat / state

সমস্যাৰে জুৰুলা কাছাৰৰ বৰখলা গাঁও

গাঁৱৰ ১৫ কিলোমিটাৰ পথ নিৰ্মাণৰ কাম অত দিনৰ পৰা সমাপ্ত  নহ’ল । লগতে বৰখলা গাঁৱত জল প্ৰকল্পৰ আচঁনি উদ্ধোধন কৰিছিল যদিও আজি পৰ্যন্ত গাঁওবাসীয়ে বিশুদ্ধ খোৱা পানীৰ মুখ দেখা নাপালে । তদুপৰি বিজুলী যোগান ধৰা ক্ষেত্ৰটো পিছ পৰি আছে অঞ্চলটো ৷

author img

By

Published : Mar 16, 2019, 11:59 AM IST

VD SD

শিলচৰ, ১৬ মাৰ্চ: কাছাৰৰ বৰখলা , স্বাধীনতাৰ সাতটা দশকৰ পাচতো উন্নতিৰ পথ নেদেখা এটা অঞ্চল ৷ চাওঁক বৰখলা সমষ্টিৰ পথ , জল প্ৰকল্পৰ প্ৰকৃত ছবি ৷ দেশৰ প্ৰতিখন গাঁৱলৈ বিজুলী বাতিৰ সংযোগৰ কথা কৈ অহা চৰকাৰৰ শাসনতেই বিজুলী বাতি আৰু বিশুদ্ধ খোৱাপানীৰ অভাৱত এইসকল লোক ৷ আমাৰ সাংবাদিক দিলীপ কুমাৰ সিঙৰ প্ৰতিবেদন...

সমস্যাৰে জুৰুলা কাছাৰৰ বৰখলা গাঁও

শিলচৰ, ১৬ মাৰ্চ: কাছাৰৰ বৰখলা , স্বাধীনতাৰ সাতটা দশকৰ পাচতো উন্নতিৰ পথ নেদেখা এটা অঞ্চল ৷ চাওঁক বৰখলা সমষ্টিৰ পথ , জল প্ৰকল্পৰ প্ৰকৃত ছবি ৷ দেশৰ প্ৰতিখন গাঁৱলৈ বিজুলী বাতিৰ সংযোগৰ কথা কৈ অহা চৰকাৰৰ শাসনতেই বিজুলী বাতি আৰু বিশুদ্ধ খোৱাপানীৰ অভাৱত এইসকল লোক ৷ আমাৰ সাংবাদিক দিলীপ কুমাৰ সিঙৰ প্ৰতিবেদন...

সমস্যাৰে জুৰুলা কাছাৰৰ বৰখলা গাঁও
Intro 
কাছাৰ জিলাৰ সাতটা সমষ্টিৰ মাজতে এটা সমষ্টি হল বৰখলা । স্বাধীনতাৰ পর ইমান বছৰৰ পিছত ও খাবলৈ নাই বিশুদ্ধ পানী নাই ৰাস্তা ঘাট।
V.O.  নিৰ্বাচন আহে নিৰ্বাচন ঘুচি যায় ।নেতা আহে নেতা ঘুচি যায়। কিন্তু বৰখলা সমষ্টিৰ সমস্যা যেনেকৈ আছিল তেনেই ৰৈ যায়। মূলতঃ বাগান এলাকা সংগলগ্ন এই এলাকা বৰ্ত্তমান বিধায়ক কিশোৰ নাথ ।ইমানদিনে কংগ্ৰেছৰ বিভিন্ন বিধায়ক ৰাজত্ব কৰিছিল।তাৰপাছত আহিল পৰিৱৰ্তন ।বিজেপি চৰকাৰ । কিন্তু এলেকাৰ ৰাইজের কপালৰ মাত্ৰ 15 কিলোমিটাৰ ৰাস্তাৰ কাজ আজি ও সমাপ্ত হোৱানাই । এলেকাত বিভিন্ন পানীও জল প্ৰকল্পৰ উদ্ধধন কৰিছিল বিভিন্ন সময়ত বিভিন্নজনে কিন্তু না শুদ্ধ খোৱা পানীৰ মুখ এতিয়াও দেখা নাই তেওঁ লোকে।
না শুধু পানীৰ সমস্যা নহয় নাই বিভিন্ন এলেকাত বিজুলীৰ খুঁটি । তাৰ পাছতও ৰাইজৰ ওচৰতে ভোট আহিলেই আকৌ ভোট ভিক্ষা কৰিবলৈ হাজিৰ হয় বিভিন্ন দলৰ কৰ্মমকর্তা সকলে । কিন্তু এইবাৰ ভাল মানুষ বিচাৰে এলাকা বাছি ।কাৰণ বিগতো দিনৰ এমপিৰ দেখা পাওয়া নাই পাঁচ বছৰ শেষ হৈ গল ।
এতিয়া হয়তো দেখাৰ সুযোগ হব এম পি সুস্মিতা দেৱক ,কাৰণ ভোট আহিছে। 
Bite 1
D.L
Footage FTP 
Slug Silchar Borkhala 

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.