ETV Bharat / state

শিলচৰত সন্দেহজনক ৰহিংগীয়া আটক - Silchar

চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ পূৰ্বে শুকুৰবাৰে নিশা শিলচৰত আটক এগৰাকী ৰহিংগীয়া যুৱতী

NRC ৰ চূড়ান্ত তালিকাৰ পূৰ্বে শিলচৰত আটক ৰোহিংগা যুৱতী
author img

By

Published : Aug 31, 2019, 10:05 AM IST

শিলচৰ, 31 আগষ্টঃ আজি প্ৰকাশ পাব NRC ৰ চূড়ান্ত তালিকা ৷ NRC ৰ চূড়ান্ত তালিকাৰ পূৰ্বে শুকুৰবাৰে নিশা 10 বজাত শিলচৰত আটক এগৰাকী ৰহিংগীয়া যুৱতী ৷ আটকাধীন যুৱতীগৰাকীৰ নাম হৈছে ৰোজি আখতাৰ ৷

শিলচৰৰ পৰা ত্ৰিপুৰা অভিমুখে যোৱাৰ সময়তে তাৰাপুৰ ৰে’ল ষ্টেচনৰ সন্মুখৰ পৰা আটক কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ জনোৱা মতে, TR 02K 0216 নম্বৰৰ এখন ৱাগনাৰ গাড়ীত যুৱক এজনে ত্ৰিপুৰালৈ লৈ যোৱাৰ সময়তে আটক কৰে ৷ যুৱতী আৰু গাড়ী চালকক আৰক্ষীয়ে আটক কৰে যদিও এজন পলাই যাবলৈ সক্ষম হয় ৷

NRC ৰ চূড়ান্ত তালিকাৰ পূৰ্বে শিলচৰত আটক ৰোহিংগা যুৱতী

যুৱতীগৰাকীৰ মতে, তেওঁ ম্যানমাৰৰ পৰা আহি বাংলাদেশৰ কক্স বজাৰৰ শিবিৰত আশ্ৰয় লৈ আছিল ৷ যি জন যুৱক লগত আহিছিল তেওঁ বাংলাদেশৰ আছিল বুলি জানিবলৈ দিয়ে যুৱতীগৰাকীয়ে ৷ অৱশ্যে যুৱতীগৰাকীয়ে যুৱকজনৰ পৰিচয় দিবলৈ সক্ষম হোৱা নাই ৷

Intro:Breaking News
অহাকালি প্ৰকাশিত হব NRC ৰ চুড়ান্ত তালিকা ৷ তাৰ ক্ষন্তেক আগতে অৰ্থাত আজি নিশা ১০ বজাত শিলচৰত ধৰা পৰিলে এক ৰোহিঙ্গা যুবতী ৷ তেওঁৰ নাম ৰোজি আক্তাৰ ৷ বয়স ১৭ পৰা ১৮ ৷ আজি ৰাতি শিলচৰৰ পৰা ত্ৰিপুৰা যোৱাৰ সময়ত তাৰাপুৰ ৰেল ষ্টেশনতৰ সম্মুখত আৰক্ষীএ তাক আটক কৰে ৷ আৰক্ষী এ জনালে TR 02 K 0216 নম্বৰৰ এটা ওৱাগেনাৰ গাড়ি লই এক যুবকে তাক ত্ৰিপুৰা যাব আছিলে ৷ পুলিচে যিতিয়া গাড়ি আটক কৰিছিলে সেই যুবক পলাই গইছে ৷ যুবতী আৰু গাড়ি চালকক আটক কৰি থানাল লই আনা হইছে ৷ যুবতী গৰাকীয়ে জনালে তেওঁ মায়ান্মাৰৰ পৰা আহি বাংলাদেশৰ কসক্স বজাৰৰ শিবিৰত আশ্ৰয় লইছিলে ৷ যি যুবকে তাৰ লগত আছিলে তেওঁ বাংলাদেশী ৷ কিন্তু নাম না জানে বুলি জনালে ৷Body:Breaking News
অহাকালি প্ৰকাশিত হব NRC ৰ চুড়ান্ত তালিকা ৷ তাৰ ক্ষন্তেক আগতে অৰ্থাত আজি নিশা ১০ বজাত শিলচৰত ধৰা পৰিলে এক ৰোহিঙ্গা যুবতী ৷ তেওঁৰ নাম ৰোজি আক্তাৰ ৷ বয়স ১৭ পৰা ১৮ ৷ আজি ৰাতি শিলচৰৰ পৰা ত্ৰিপুৰা যোৱাৰ সময়ত তাৰাপুৰ ৰেল ষ্টেশনতৰ সম্মুখত আৰক্ষীএ তাক আটক কৰে ৷ আৰক্ষী এ জনালে TR 02 K 0216 নম্বৰৰ এটা ওৱাগেনাৰ গাড়ি লই এক যুবকে তাক ত্ৰিপুৰা যাব আছিলে ৷ পুলিচে যিতিয়া গাড়ি আটক কৰিছিলে সেই যুবক পলাই গইছে ৷ যুবতী আৰু গাড়ি চালকক আটক কৰি থানাল লই আনা হইছে ৷ যুবতী গৰাকীয়ে জনালে তেওঁ মায়ান্মাৰৰ পৰা আহি বাংলাদেশৰ কসক্স বজাৰৰ শিবিৰত আশ্ৰয় লইছিলে ৷ যি যুবকে তাৰ লগত আছিলে তেওঁ বাংলাদেশী ৷ কিন্তু নাম না জানে বুলি জনালে ৷Conclusion:Breaking News
অহাকালি প্ৰকাশিত হব NRC ৰ চুড়ান্ত তালিকা ৷ তাৰ ক্ষন্তেক আগতে অৰ্থাত আজি নিশা ১০ বজাত শিলচৰত ধৰা পৰিলে এক ৰোহিঙ্গা যুবতী ৷ তেওঁৰ নাম ৰোজি আক্তাৰ ৷ বয়স ১৭ পৰা ১৮ ৷ আজি ৰাতি শিলচৰৰ পৰা ত্ৰিপুৰা যোৱাৰ সময়ত তাৰাপুৰ ৰেল ষ্টেশনতৰ সম্মুখত আৰক্ষীএ তাক আটক কৰে ৷ আৰক্ষী এ জনালে TR 02 K 0216 নম্বৰৰ এটা ওৱাগেনাৰ গাড়ি লই এক যুবকে তাক ত্ৰিপুৰা যাব আছিলে ৷ পুলিচে যিতিয়া গাড়ি আটক কৰিছিলে সেই যুবক পলাই গইছে ৷ যুবতী আৰু গাড়ি চালকক আটক কৰি থানাল লই আনা হইছে ৷ যুবতী গৰাকীয়ে জনালে তেওঁ মায়ান্মাৰৰ পৰা আহি বাংলাদেশৰ কসক্স বজাৰৰ শিবিৰত আশ্ৰয় লইছিলে ৷ যি যুবকে তাৰ লগত আছিলে তেওঁ বাংলাদেশী ৷ কিন্তু নাম না জানে বুলি জনালে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.