ETV Bharat / state

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত কয়দীৰ ৰহস্যজনক মৃত্যু

কাৰাগাৰৰ চিকিৎসালয়ৰ বাথৰুমৰ ভিতৰত সঞ্জয় দাসৰ মৃতদেহটো ডিঙিত চিপ লোৱা অবস্থাত আন এজন কয়দীয়ে প্ৰত্যক্ষ কৰে ৷

author img

By

Published : Nov 28, 2019, 9:29 PM IST

Silchar
কেন্দ্ৰীয় কাৰাগাৰত কয়দীৰ ৰহস্যজনক মৃত্যু

শিলচৰ, 28 নৱেম্বৰঃ শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত ৰহস্যজনক ভাৱে এজন কয়দীৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মৃত কয়দীজন কাছাৰ জিলাৰ উধাৰবন্ধ সমষ্টিৰ অন্তৰ্গত মধুৰাৰ সঞ্জয় দাস বুলি জানিব পৰা গৈছে ৷

তথ্য অনুসৰি বিগত এসপ্তাহ পূৰ্বে মোবাইল চুৰিৰ অভিযোগত কয়দীজনক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ৷ দণ্ডাধীশ অভিলাছ বাৰনোৱালে জনোৱা অনুসৰি বৃহস্পতিবাৰে পুৱা কাৰাগাৰৰ চিকিৎসালয়ৰ বাথৰুমৰ ভিতৰত সঞ্জয় দাসৰ মৃতদেহটো ডিঙিত চিপ লোৱা অবস্থাত আন এজন কয়দীয়ে প্ৰত্যক্ষ কৰি কাৰাগাৰ কৰ্তৃপক্ষক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষী আৰু দণ্ডাধীশ অভিলাছ বাৰনোৱাল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ দণ্ডাধীশ গৰাকীয়ে কয় যে এয়া হত্যা নে আত্মহত্যা সেই তথ্য মৃতদেহটোৰ মৰনোত্তৰ পৰীক্ষাৰ পাচতহে পোহৰলৈ আহিব ৷ ইপিনে সঞ্জয় দাসৰ এনে ৰহস্যজনক মৃত্যুক লৈ এতিয়া বহু প্ৰশ্ন উত্থাপন হৈছে ৷ আৰু আচৰিত বিষয় এই যে সমগ্ৰ ঘটনাটোক কাৰাগাৰৰ অধীক্ষক সত্যনদ্ৰ বৈষ্যই গাপ দিয়াৰ চেষ্টা কৰিছে ৷

লগতে পঢ়ক - মৰিগাঁৱত সভাপতিৰ নহয় পুত্ৰৰ চহীৰে চলে কাম কাজ

Intro:NEWS SILCHAR

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত ৰহস্যজন বাবে মৃত্যু এক কয়দীৰ ৷ হত্যা নে আত্মহত্যা এতিয়াও ৰহস্যৰ আৰত ৷ কয়দীৰ নাম সঞ্জয় দাস ৷ ঘৰ কাছাৰ জিলাৰ উধাৰবন্ধ সমষ্টিৰ মধুৰাত ৷ যোৱা এক সপ্তাহ আগত মোবাইল চুৰিৰ মামলাত জেলত আহিছিলে কয়দী জন ৷ ম্যাজিস্ট্ৰেট অভিলাছ বাৰনোয়ালে কোৱা মতে আজি ৰাতিপুৱা কাৰাগাৰৰ হস্পিতালৰ বাথৰুমৰ ভিতৰত সঞ্জয় দাস নামৰ কয়দীজনৰ মৃতদেহ ডিঙিত চিপ লগাইল অবস্থাত আন এজন কয়দীয়ে দেখি জেল কৰ্তৃপক্ষক জনায় ৷ পিচত আৰক্ষী আৰু ম্যাজিস্ট্ৰেট অভিলাছ বাৰনোয়াল আহি মৃতদেহ উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজত লৈ যায় ৷ ম্যাজিস্ট্ৰেট গৰাকীয়ে আৰু কয় যে ইয়া হত্যা নে আত্মহত্যা সকলো স্পষ্ট হব postmortem হোৱাৰ পিছত ৷ বাইট___ম্যাজিস্ট্ৰেট
ইপিনে জানিব পৰা মতে সঞ্জয় দাস নামৰ কয়দী জন যোৱা এক সপ্তাহ আগত মোবাইল চুৰিৰ মামলাত জেলত প্ৰেৰণ কৰিছিল আদালতে ৷ তেওঁৰ এনে মৃত্যু লৈ এতিয়া বহু প্ৰশ্ন উত্তাপন হৈছে ৷ আৰু আচৰিত লগা বিষয়টো হল এই ঘটনাটোক ধামা ছাপা দিয়া চেষ্টা চলাইছে জেলৰ Superintendent সত্যনদ্ৰ বৈষ্যয় ৷Body:NEWS SILCHAR

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত ৰহস্যজন বাবে মৃত্যু এক কয়দীৰ ৷ হত্যা নে আত্মহত্যা এতিয়াও ৰহস্যৰ আৰত ৷ কয়দীৰ নাম সঞ্জয় দাস ৷ ঘৰ কাছাৰ জিলাৰ উধাৰবন্ধ সমষ্টিৰ মধুৰাত ৷ যোৱা এক সপ্তাহ আগত মোবাইল চুৰিৰ মামলাত জেলত আহিছিলে কয়দী জন ৷ ম্যাজিস্ট্ৰেট অভিলাছ বাৰনোয়ালে কোৱা মতে আজি ৰাতিপুৱা কাৰাগাৰৰ হস্পিতালৰ বাথৰুমৰ ভিতৰত সঞ্জয় দাস নামৰ কয়দীজনৰ মৃতদেহ ডিঙিত চিপ লগাইল অবস্থাত আন এজন কয়দীয়ে দেখি জেল কৰ্তৃপক্ষক জনায় ৷ পিচত আৰক্ষী আৰু ম্যাজিস্ট্ৰেট অভিলাছ বাৰনোয়াল আহি মৃতদেহ উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজত লৈ যায় ৷ ম্যাজিস্ট্ৰেট গৰাকীয়ে আৰু কয় যে ইয়া হত্যা নে আত্মহত্যা সকলো স্পষ্ট হব postmortem হোৱাৰ পিছত ৷ বাইট___ম্যাজিস্ট্ৰেট
ইপিনে জানিব পৰা মতে সঞ্জয় দাস নামৰ কয়দী জন যোৱা এক সপ্তাহ আগত মোবাইল চুৰিৰ মামলাত জেলত প্ৰেৰণ কৰিছিল আদালতে ৷ তেওঁৰ এনে মৃত্যু লৈ এতিয়া বহু প্ৰশ্ন উত্তাপন হৈছে ৷ আৰু আচৰিত লগা বিষয়টো হল এই ঘটনাটোক ধামা ছাপা দিয়া চেষ্টা চলাইছে জেলৰ Superintendent সত্যনদ্ৰ বৈষ্যয় ৷Conclusion:NEWS SILCHAR

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত ৰহস্যজন বাবে মৃত্যু এক কয়দীৰ ৷ হত্যা নে আত্মহত্যা এতিয়াও ৰহস্যৰ আৰত ৷ কয়দীৰ নাম সঞ্জয় দাস ৷ ঘৰ কাছাৰ জিলাৰ উধাৰবন্ধ সমষ্টিৰ মধুৰাত ৷ যোৱা এক সপ্তাহ আগত মোবাইল চুৰিৰ মামলাত জেলত আহিছিলে কয়দী জন ৷ ম্যাজিস্ট্ৰেট অভিলাছ বাৰনোয়ালে কোৱা মতে আজি ৰাতিপুৱা কাৰাগাৰৰ হস্পিতালৰ বাথৰুমৰ ভিতৰত সঞ্জয় দাস নামৰ কয়দীজনৰ মৃতদেহ ডিঙিত চিপ লগাইল অবস্থাত আন এজন কয়দীয়ে দেখি জেল কৰ্তৃপক্ষক জনায় ৷ পিচত আৰক্ষী আৰু ম্যাজিস্ট্ৰেট অভিলাছ বাৰনোয়াল আহি মৃতদেহ উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজত লৈ যায় ৷ ম্যাজিস্ট্ৰেট গৰাকীয়ে আৰু কয় যে ইয়া হত্যা নে আত্মহত্যা সকলো স্পষ্ট হব postmortem হোৱাৰ পিছত ৷ বাইট___ম্যাজিস্ট্ৰেট
ইপিনে জানিব পৰা মতে সঞ্জয় দাস নামৰ কয়দী জন যোৱা এক সপ্তাহ আগত মোবাইল চুৰিৰ মামলাত জেলত প্ৰেৰণ কৰিছিল আদালতে ৷ তেওঁৰ এনে মৃত্যু লৈ এতিয়া বহু প্ৰশ্ন উত্তাপন হৈছে ৷ আৰু আচৰিত লগা বিষয়টো হল এই ঘটনাটোক ধামা ছাপা দিয়া চেষ্টা চলাইছে জেলৰ Superintendent সত্যনদ্ৰ বৈষ্যয় ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.