ETV Bharat / state

কাছাৰ জিলাৰ কাশিপুৰত লোমহৰ্ষক হত্যাকাণ্ড - murder in kashipur in cacahar district

কাছাৰ জিলাৰ কাশিপুৰত উৰুকা দিনাই সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা ৷ নিপেন্দ্ৰে ঘোষ নামৰ এজন লোকক ঘপিয়াই হত্যা কৰে অচিনাক্ত লোকে ৷ লোকজনৰ ঘৰ কাশিপুৰ দ্বিতীয় খণ্ডত বুলি জানিব পৰা গৈছে ৷

murder-in-kashipur-in-cacahar-district
কাছাৰ জিলাৰ কাশিপুৰত লোমহৰ্ষক হত্যাকাণ্ড
author img

By

Published : Jan 13, 2021, 8:58 PM IST

শিলচৰ,13 জানুৱাৰী : কাছাৰ জিলাৰ কাশিপুৰত উৰুকা দিনাই সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা ৷ নিপেন্দ্ৰে ঘোষ নামৰ এজন লোকক ঘপিয়াই হত্যা কৰে অচিনাক্ত লোকে ৷ লোকজনৰ ঘৰ কাশিপুৰ দ্বিতীয় খণ্ডত বুলি জানিব পৰা গৈছে ৷

কাছাৰ জিলাৰ কাশিপুৰত লোমহৰ্ষক হত্যাকাণ্ড

ঘটনাৰ বিৱৰণ অনুসৰি ৰাতিপুৱা মুন্না নমঃশূদ্র নামৰ এজন লোকৰ ঘৰত নিপেন্দ্ৰ ঘোষৰ মৃতদেহ স্থানীয় লোকসকলে প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পিচতেই স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজত লৈ যায় ৷ বৰ্তমান হত্যাকাণ্ড সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে কাশিপুৰ আৰক্ষীয়ে ৷

উল্লেখ্য যে, মুন্না নমঃশূদ্র নামৰ যুৱক জনেই নিপেন্দ্ৰ ঘোষক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক:পাটাছাৰকুছিত আত্মপ্ৰকাশ ৰঞ্জিত কুমাৰ দাসৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.