ETV Bharat / state

মিজো আগ্ৰাসনৰ বিৰুদ্ধে কাছাৰত CPIMৰ প্ৰতিবাদ

author img

By

Published : Nov 6, 2020, 7:40 AM IST

কাছাৰত CPIMৰ প্ৰতিবাদ ৷ মিজো আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

Massive Protest By CPIM In Cachar District
মিজো আগ্ৰাসনৰ বিৰুদ্ধে কাছাৰত CPIM ৰ প্ৰতিবাদ

কাছাৰ, 6 নৱেম্বৰ : অসমৰ ভূমিত মিজো আগ্ৰাসনৰ বিৰুদ্ধে বৃহস্পতিবাৰে কাছাৰ জিলাত CPIM য়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ জিলাখনৰ লায়লাপুৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি সংগঠনটোৰ ধলাই শাখাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰীৰ ভাষ্য অনুসৰি অসমৰ ভূমিত মিজো আগ্ৰাসন দীৰ্ঘদিনৰ পৰা হৈ থকাৰ পিচতো আজিকোপতি চৰকাৰে কিয় সমস্যা সমাধান কৰিব নোৱাৰিলে সেই সন্দৰ্ভতো প্ৰশ্নৰ উত্থাপন কৰে ৷ পৰৱৰ্তী সময়ত সীমান্ত সমস্যাৰ স্থায়ী সমাধান নকৰিলে আন্দোলন চলাই নিয়াৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ৷

লগতে পঢ়ক : ভাৰতৰত্ব ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত উপস্থিত আছুৰ নেতৃবৃন্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.