ETV Bharat / state

কাছাৰত ভূমি কেলেংকাৰীঃ অতিৰিক্ত উপায়ুক্ত জড়িত থকাৰ অভিযোগ - ভূমি

ভূমিৰ জাল দলিল বনাই বিক্ৰী কৰে এটা দুষ্ট চক্ৰই ৷ তদন্তৰ বাবে ইতিমধ্যে লক্ষীপুৰৰ SDPO ক নিৰ্দেশ ৷ কেলেংকাৰীত ADC জড়িত থকাৰ অভিযোগ

কাছাৰত ভূমি কেলেংকাৰী
author img

By

Published : Sep 2, 2019, 7:21 PM IST

কাছাৰ, 2 ছেপ্তেম্বৰ : কৰিমগঞ্জৰ পাচত এইবাৰ কাছাৰত ভূমি কেলেংকাৰী ৷ বিভিন্ন ব্যক্তিৰ ভূমিৰ জাল দলিল বনাই বিক্ৰী কৰে এটা দুষ্ট চক্ৰই ৷ জিলাখনৰ লক্ষীপুৰত Azure power forty pvt ltd এটা কোম্পানীয়ে আৰম্ভ কৰিছে ভূমি অধিগ্ৰহণৰ কাম ৷ আৰু তাতেই সংঘটিত হৈছে কুতুবউদ্দিন নামৰ এগৰাকী ব্যক্তিৰ 90 বিঘা ভূমি কেলেংকাৰী ৷ য’ত জড়িত হৈ আছে অতিৰিক্ত উপায়ুক্ত লালসিম আৰু ফকৰ উদ্দিন ৷ এই অভিযোগ কুতুব উদ্দিনৰ ৷ কলেংকাৰীক লৈ কুতুব উদ্দিনে আদালত আৰু লক্ষীপুৰ থানাত ৰুজু কৰিছে পৃথক পৃথক গোচৰ ৷ তদন্তৰ বাবে ইতিমধ্যে লক্ষীপুৰৰ SDPO ক নিৰ্দেশ দিছে কাছাৰৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই ৷

Intro:NEWS Silchar 2September Slug :- কাছাৰত বৃহৎ ভূমি কলেংকাৰি ৷ নেতৃত্বত কাছাৰৰ ADC
---------------------------------------------------
Body:NEWS Silchar 2September Slug :- কাছাৰত বৃহৎ ভূমি কলেংকাৰি ৷ নেতৃত্বত কাছাৰৰ ADC
---------------------------------------------------
V/O :- কৰিমগঞ্জ জিলাৰ সুতাৰকান্দিত ল্যান্ড পোৰ্ট অথৰিটিৰ নামত ভূমি কেলেংকাৰী ঘটনা পোহৰত আহাৰ পিচত এইবাৰ পোহৰত আহিছে কাছাৰ জিলাৰ লক্ষীপুৰত এক বৃহৎ ভূমি কেলেংকাৰী ৷ কৰিমগঞ্জত ভূমি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত জেলত গলে প্ৰাক্তন জিলা উপায়ুক্ত প্ৰদীপ তালুকদাৰ , অতিৰিক্ত জিলা উপায়ুক্ত নবাৰুন ভট্টাচাৰ্য ৷আৰু লক্ষীপুৰৰ এই বৃহৎ ভূমি কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উঠিছে কাছাৰৰ অতিৰিক্ত জিলা উপায়ুক্ত লালসিম আৰু পাটোৱাৰী ফকৰ উদ্দিনৰ বিৰুদ্ধে ৷
লক্ষীপুৰত Azure power forty pvt ltd নামৰ দিল্লী ভিত্তিক এটা কোম্পানীয়ে ২৫ মেগওয়াটৰ সোলাৰ বিদ্যুত প্ৰকল্প স্থাপনৰ বাবে জমি অধীগ্ৰহন আৰম্ভ কৰিছে ৷ এই সুযোগত ভূমিৰ দালালিত নামি পৰিছে এটা দালাল চক্ৰ ৷ এই চক্ৰৰ নেতৃত্বত দিয়ি আছে কোম্পানীৰ ঠিকাদাৰ মৰ্তোজা আহমেদ ৷ বিভিন্ন মানুহৰ জমিৰ জাল দলিল বনাই কোম্পানীৰ তাত বিক্ৰি কৰি আছে মৰ্তোজায় ৷ জাল দলিল বনাই কোম্পানীৰৰ কাকত জমি বিক্ৰী কৰাৰ এটা ঘটনা ধৰা পৰিলে ৷ কুতুব উদ্দিন নামৰ এজন ব্যক্তিৰ প্ৰায় ৯০ বিঘা জমি অন্য মানুহৰ নামে জাল দলিল বনাই কোম্পানীৰ তাত বিক্ৰী কৰি আছে মৰ্তোজা বাহীনিয়ে ৷ জাল দলিল বনুৱাৰ বাবে মৰ্তোজাক সৰাসৰি সহযোগিতা কৰি আছে পাটোৱাৰী ফকৰ উদ্দিনে ৷ আৰু তাত মদত দিয়ি আছে কাছাৰৰ অতিৰিক্ত জিলা উপায়ুক্ত লালসিম ৷ এই অভিযোগ কৰিছে কুতুব উদ্দিনে ৷জমিৰ কলেংকাৰি লৈ কুতুব উদ্দিনে আদালত আৰু লক্ষীপুৰ থানাত পৃথক পৃথক গোচৰ ৰুজু কৰিছে ৷ মামলাৰ তদন্ত কৰাৰ বাবে লক্ষীপুৰৰ SDPO ক নিৰ্দেশ দিছে কাছাৰৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্ত ৷
উল্লেখ এই প্ৰকল্প বাবে প্ৰায় ৪০০ বিঘাৰ জমিৰ প্ৰয়োজন ৷ ইতিমধ্যে জাল দলিল বনাই প্ৰায় ১৮০ বিঘা জমি কোম্পানীৰ তাত বিক্ৰি কৰি দিছে দালাল চক্ৰয়৷ প্ৰতি বিঘাত প্ৰায় দেড় লাখ টকা মুনাফা কৰি আছে দালাল চক্ৰয় ৷ এনে দৰে চলিলে প্ৰায় ৫ কৌটি টকাৰ কেলংকাৰি সংগঠিত হব জমি লৈ ৷Conclusion:NEWS Silchar 2September Slug :- কাছাৰত বৃহৎ ভূমি কলেংকাৰি ৷ নেতৃত্বত কাছাৰৰ ADC
---------------------------------------------------
V/O :- কৰিমগঞ্জ জিলাৰ সুতাৰকান্দিত ল্যান্ড পোৰ্ট অথৰিটিৰ নামত ভূমি কেলেংকাৰী ঘটনা পোহৰত আহাৰ পিচত এইবাৰ পোহৰত আহিছে কাছাৰ জিলাৰ লক্ষীপুৰত এক বৃহৎ ভূমি কেলেংকাৰী ৷ কৰিমগঞ্জত ভূমি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত জেলত গলে প্ৰাক্তন জিলা উপায়ুক্ত প্ৰদীপ তালুকদাৰ , অতিৰিক্ত জিলা উপায়ুক্ত নবাৰুন ভট্টাচাৰ্য ৷আৰু লক্ষীপুৰৰ এই বৃহৎ ভূমি কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উঠিছে কাছাৰৰ অতিৰিক্ত জিলা উপায়ুক্ত লালসিম আৰু পাটোৱাৰী ফকৰ উদ্দিনৰ বিৰুদ্ধে ৷
লক্ষীপুৰত Azure power forty pvt ltd নামৰ দিল্লী ভিত্তিক এটা কোম্পানীয়ে ২৫ মেগওয়াটৰ সোলাৰ বিদ্যুত প্ৰকল্প স্থাপনৰ বাবে জমি অধীগ্ৰহন আৰম্ভ কৰিছে ৷ এই সুযোগত ভূমিৰ দালালিত নামি পৰিছে এটা দালাল চক্ৰ ৷ এই চক্ৰৰ নেতৃত্বত দিয়ি আছে কোম্পানীৰ ঠিকাদাৰ মৰ্তোজা আহমেদ ৷ বিভিন্ন মানুহৰ জমিৰ জাল দলিল বনাই কোম্পানীৰ তাত বিক্ৰি কৰি আছে মৰ্তোজায় ৷ জাল দলিল বনাই কোম্পানীৰৰ কাকত জমি বিক্ৰী কৰাৰ এটা ঘটনা ধৰা পৰিলে ৷ কুতুব উদ্দিন নামৰ এজন ব্যক্তিৰ প্ৰায় ৯০ বিঘা জমি অন্য মানুহৰ নামে জাল দলিল বনাই কোম্পানীৰ তাত বিক্ৰী কৰি আছে মৰ্তোজা বাহীনিয়ে ৷ জাল দলিল বনুৱাৰ বাবে মৰ্তোজাক সৰাসৰি সহযোগিতা কৰি আছে পাটোৱাৰী ফকৰ উদ্দিনে ৷ আৰু তাত মদত দিয়ি আছে কাছাৰৰ অতিৰিক্ত জিলা উপায়ুক্ত লালসিম ৷ এই অভিযোগ কৰিছে কুতুব উদ্দিনে ৷জমিৰ কলেংকাৰি লৈ কুতুব উদ্দিনে আদালত আৰু লক্ষীপুৰ থানাত পৃথক পৃথক গোচৰ ৰুজু কৰিছে ৷ মামলাৰ তদন্ত কৰাৰ বাবে লক্ষীপুৰৰ SDPO ক নিৰ্দেশ দিছে কাছাৰৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্ত ৷
উল্লেখ এই প্ৰকল্প বাবে প্ৰায় ৪০০ বিঘাৰ জমিৰ প্ৰয়োজন ৷ ইতিমধ্যে জাল দলিল বনাই প্ৰায় ১৮০ বিঘা জমি কোম্পানীৰ তাত বিক্ৰি কৰি দিছে দালাল চক্ৰয়৷ প্ৰতি বিঘাত প্ৰায় দেড় লাখ টকা মুনাফা কৰি আছে দালাল চক্ৰয় ৷ এনে দৰে চলিলে প্ৰায় ৫ কৌটি টকাৰ কেলংকাৰি সংগঠিত হব জমি লৈ ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.