শিলচৰ,28 অক্টোবৰ : বৰাক উপত্যকাৰ সবাতোকৈ ডাঙৰ শ্মশানত দেওবাৰে অনুষ্ঠিত কৰা হয় কালীপূজা ৷ এফালে শৱদাহ আৰু আনফালে আয়োজন কৰা হয় পূজা-অৰ্চনাৰ ৷ মা কালীৰ পূজা-অৰ্চনা কৰিবলৈ হাজাৰ হাজাৰ ভক্তই শ্মশান ঘাটত ভিৰ কৰা পৰিলক্ষিত হ'ল ৷
ধূপ আৰু মমবাতি জ্বলাই নিজৰ লগতে পৰিয়ালৰ মংগল কামনা কৰিলে ভক্তসকলে।
লগতে চাওকঃ শিৱসাগৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা