ETV Bharat / state

কাছাৰত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

2021 বিজেপিয়ে চৰকাৰ গঠন কৰিলে যি সকল মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাই ৷ তেঁওলোকে এই আঁচনিৰ সুবিধা লাভ কৰিব আৰু প্ৰতি মাহে 830 টকাৰ পৰিৰ্বতে 3000 টকাকৈ প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

কাছাৰত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
কাছাৰত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Mar 28, 2021, 7:58 PM IST

কাছাৰ,28 মাৰ্চ: দেওবাৰে কাছৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৌশিক ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চালয় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মন্ত্ৰী গৰাকীয়ে কেইবাটাও বৃহৎ ঘোষণা কৰা দেখা যায় ৷ লগতে ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু বদৰুদ্দিনক আক্ৰমণৰ লক্ষ্য কৰি কয় যে, বদৰুদ্দিন আৰু কংগ্ৰেছ দল নিৰ্বাচনত জিকিলে মানুহ প্ৰস্তুতৰ মেচিন হ'ব মহিলা সকল ।

ইপিনে 2021 বিজেপিয়ে চৰকাৰ গঠন কৰিলে যি সকল মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা নাই তেঁওলোকে এই আঁচনিৰ সুবিধা লাভ কৰিব আৰু প্ৰতি মাহে 830 টকাৰ পৰিৰ্বতে 3000 টকাকৈ প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ একেদেৰ চাহ বাগিছা অঞ্চলৰ যি সকল ছাত্ৰীয়ে উচ্চ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰিব তেঁওলোককো স্কুটি প্ৰদান কৰিব বুলিও মন্ত্ৰী গৰাকীয়ে বৃহৎ ঘোষণা কৰা দেখা গৈছে ৷

লগতে পঢ়কঃ কংগ্ৰেছে সমাধান কৰিব অসমৰ নিবনুৱা সমস্যা: শচীন পাইলট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.