ETV Bharat / state

হাইলাকান্দিৰ ঘটনাক লৈ আৰক্ষীৰ ভূমিকা সন্দিহান - আৰক্ষীৰ ভুমিকা সন্দিহান

দ্বিতীয় দিনটোত হাইলাকান্দিত প্ৰত্যাহাৰ হোৱা নাই সান্ধ্য আইন ৷ আৰক্ষীৰ গুলীচালনাকলৈ প্ৰশ্ন সাধাৰণ ৰাইজৰ

আৰক্ষীৰ ভুমিকা সন্দিহান
author img

By

Published : May 11, 2019, 7:30 PM IST

Updated : May 11, 2019, 7:56 PM IST

  • দ্বিতীয় দিনটোত হাইলাকান্দিত প্ৰত্যাহাৰ হোৱা নাই সান্ধ্য আইন
  • এই ঘটনা দুৰ্ভাগ্যজনক
  • সমগ্ৰ ঘটনাৰ বাবে আৰক্ষী-প্ৰশাসনক দায়ী বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ
    আৰক্ষীৰ ভুমিকা সন্দিহান
  • আৰক্ষীৰ গুলীচালনাকলৈ প্ৰশ্ন সাধাৰণ ৰাইজৰ
  • ঘটনাত মৃতৰ লোকজনৰ পৰিয়ালক সাহায্য প্ৰদানৰ লগতে এজনক চৰকাৰী চাকৰি ব্যৱস্থা কৰাৰ আশ্বাস বিধায়কগৰাকীৰ

  • দ্বিতীয় দিনটোত হাইলাকান্দিত প্ৰত্যাহাৰ হোৱা নাই সান্ধ্য আইন
  • এই ঘটনা দুৰ্ভাগ্যজনক
  • সমগ্ৰ ঘটনাৰ বাবে আৰক্ষী-প্ৰশাসনক দায়ী বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ
    আৰক্ষীৰ ভুমিকা সন্দিহান
  • আৰক্ষীৰ গুলীচালনাকলৈ প্ৰশ্ন সাধাৰণ ৰাইজৰ
  • ঘটনাত মৃতৰ লোকজনৰ পৰিয়ালক সাহায্য প্ৰদানৰ লগতে এজনক চৰকাৰী চাকৰি ব্যৱস্থা কৰাৰ আশ্বাস বিধায়কগৰাকীৰ
Intro:NaBody:আজি দ্বীতিয় দিনত হাইলাকান্দিত সান্ধ্য আইন প্রত্যাহাৰ হুৱা নাই। ঠাইয়ে ঠাইয়ে মজুত ৰাখা হইছে আরক্ষী চিআৰপিএফ।
সাজু কৰি ৰাখা হইছে সেনাবাহিনীক। আজি জিলাখনত কোন বিক্ষিপ্ত ঘটনাৰ
খবৰ আহা নাই। আনফালে আৰক্ষীৰ গুলীত নিহত জচিম উদ্দিন তাপাদাৰ মৃতদেহ নিজাৰ ঘরতে লই আনা হইছে। উপস্থিত হৈছে শ শ লোক। হাইলাকান্দিৰ জিলা উপায়ুক্তৰ আৰম্ভ করি এডিজিপি মুকেশ আগৰআৱল, চরকাৰৰ প্রতিনিধি দল আহি উপস্থিত হৈছে। যোৱা কালি ঘটনাত আৰক্ষীৰ স্থিতিলৈ সন্ধানেহ প্রকাশ করে স্থানীয় লোকৰ লগতে বিধায়ক আনোয়াৰ হুছেইন লস্কর........ ।
আনফালে অসম প্রদেশ বিজেপি সংখ্যালঘু মোর্চার সাধাৰণ সম্পাদক ইকবাল হুসেন হাইলাকান্দি চিকিৎসলয় গৈ আহত হকলর বুজ লয়। আনকি নিহতৰ ঘৰতগৈ সমবেদনা জ্ঞাপন কৰে।
যোৱাকালি ঘটাৰ ন্যায়িক তদন্ত দিয়ার দাবি করে।
আনফালে যোয়া নিশা শৰসপুৰ আৰক্ষী চৈকিৰ এখন গাড়িত আক্রমণ চালায় উত্তেজিত লোকে লগতে আৰক্ষী অধীক্ষক প্রহার কৰে বুলি অভিয়োগ। Conclusion:Na
Last Updated : May 11, 2019, 7:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.