কাছাৰ, 27 অক্টোবৰঃ কাছাৰত জুৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ যায় আক্ৰমণৰ বলি হ’ল আৰক্ষী ৷ উধাৰবন্দৰ আৰকাটিপুৰ ৰে’লগেটৰ ওচৰত জুৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ যাঁওতে জুৱা খেলৰ সমৰ্থক সকলে আৰক্ষীৰ দলটোৰ ওপৰত জঁপিয়াই পৰি বেয়াকৈ মাৰধৰ কৰে ৷ উত্তেজিত জুৱাৰী সকলে আৰক্ষীৰ বাহনখনো ক্ষতিগ্ৰস্থ কৰে ৷ এই ঘটনা সংঘটিত কৰি পলুৱাই যাবলৈ সক্ষম হয় জুৱাৰী দলটো ৷ এই ঘটনাৰ পিছত আৰকাটিপুৰত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৷
কাছাৰত জুৱাৰীয়ে প্ৰহাৰ কৰিল আৰক্ষীক - কাছাৰত জুৱাৰ বিৰুদ্ধে অভিযান
কাছাৰত জুৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ আক্ৰমণৰ বলি হ’ল আৰক্ষী ৷ এই ঘটনাৰ পিছত আৰকাটিপুৰত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৷
কাছাৰত জুৱাৰীয়ে প্ৰহাৰ কৰিল আৰক্ষীক
কাছাৰ, 27 অক্টোবৰঃ কাছাৰত জুৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ যায় আক্ৰমণৰ বলি হ’ল আৰক্ষী ৷ উধাৰবন্দৰ আৰকাটিপুৰ ৰে’লগেটৰ ওচৰত জুৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ যাঁওতে জুৱা খেলৰ সমৰ্থক সকলে আৰক্ষীৰ দলটোৰ ওপৰত জঁপিয়াই পৰি বেয়াকৈ মাৰধৰ কৰে ৷ উত্তেজিত জুৱাৰী সকলে আৰক্ষীৰ বাহনখনো ক্ষতিগ্ৰস্থ কৰে ৷ এই ঘটনা সংঘটিত কৰি পলুৱাই যাবলৈ সক্ষম হয় জুৱাৰী দলটো ৷ এই ঘটনাৰ পিছত আৰকাটিপুৰত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৷
Intro:Breaking
কাছাৰ জিলাৰ উধাৰবন্দৰ আৰকাটিপুৰ ৰেলগেইটৰ ওচৰত জুয়াৰ বিৰুদ্ধে অভিযান চলাবলৈ আহি পুলিচক গণধোলাই খাব লগা হল। জানিব পৰা গৈছে, জুয়া খেলুৱৈ আৰু তেওঁ লোকৰ সমৰ্থক সকলে পুলিচ আহিছে দেখি তেওঁ লোকৰ উপৰ জপিয়াই পৰে আৰু বেয়াকৈ মাৰধৰ কৰে।পুলিচৰ দলটো তাৰ পিছত কোন পিনে গৈছে, পেলাব পাৰিছে নে নাই, কোনেও কব নোৱাৰে। উত্তেজিত জুয়াৰী সকলে পুলিচে লৈ অহা গাড়ী খনও ভাংচোর কৰিছে। এই ঘটনাৰ পিছত আৰকাটিপুৰত উত্তেজনা বিৰাজ কৰিছে।Body:Breaking
কাছাৰ জিলাৰ উধাৰবন্দৰ আৰকাটিপুৰ ৰেলগেইটৰ ওচৰত জুয়াৰ বিৰুদ্ধে অভিযান চলাবলৈ আহি পুলিচক গণধোলাই খাব লগা হল। জানিব পৰা গৈছে, জুয়া খেলুৱৈ আৰু তেওঁ লোকৰ সমৰ্থক সকলে পুলিচ আহিছে দেখি তেওঁ লোকৰ উপৰ জপিয়াই পৰে আৰু বেয়াকৈ মাৰধৰ কৰে।পুলিচৰ দলটো তাৰ পিছত কোন পিনে গৈছে, পেলাব পাৰিছে নে নাই, কোনেও কব নোৱাৰে। উত্তেজিত জুয়াৰী সকলে পুলিচে লৈ অহা গাড়ী খনও ভাংচোর কৰিছে। এই ঘটনাৰ পিছত আৰকাটিপুৰত উত্তেজনা বিৰাজ কৰিছে।Conclusion:Breaking
কাছাৰ জিলাৰ উধাৰবন্দৰ আৰকাটিপুৰ ৰেলগেইটৰ ওচৰত জুয়াৰ বিৰুদ্ধে অভিযান চলাবলৈ আহি পুলিচক গণধোলাই খাব লগা হল। জানিব পৰা গৈছে, জুয়া খেলুৱৈ আৰু তেওঁ লোকৰ সমৰ্থক সকলে পুলিচ আহিছে দেখি তেওঁ লোকৰ উপৰ জপিয়াই পৰে আৰু বেয়াকৈ মাৰধৰ কৰে।পুলিচৰ দলটো তাৰ পিছত কোন পিনে গৈছে, পেলাব পাৰিছে নে নাই, কোনেও কব নোৱাৰে। উত্তেজিত জুয়াৰী সকলে পুলিচে লৈ অহা গাড়ী খনও ভাংচোর কৰিছে। এই ঘটনাৰ পিছত আৰকাটিপুৰত উত্তেজনা বিৰাজ কৰিছে।