ETV Bharat / state

শিলচৰত এখন বিয়াক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘৰ্ষ

author img

By

Published : Jun 25, 2019, 12:04 AM IST

এহাল যুৱক যুৱতীৰ বিবাহক কেন্দ্ৰ কৰি  দুই ফৈদৰ মাজত সংঘৰ্ষ

শিলচৰত এখন বিয়াক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘৰ্ষ
  • শিলচৰ শহৰতলি দুধপাতিলত উত্তেজনা
  • এহাল যুৱক যুৱতীৰ বিবাহক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘৰ্ষ
  • শুক্লা নাথ আৰু আবজল হোসেনৰ বিবাহক কেন্দ্ৰ কৰি বিগত কিছুদিন ধৰি অঞ্চলটোত উত্তেজনা
  • সংঘৰ্ষত আহত দুজন
  • আহত দুজন বৰ্তমান শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন
  • ঘটনাস্থলীত আৰক্ষী আৰু CRPF ৰ বিশাল বাহিনী মোতায়ন

BREAKING SILCHAR

শিলচৰ শহৰতলি দুধপাতিলত উত্তেজনা ৷ আন গোষ্ঠীৰ যুবক যুবতীৰ বিবাহক কেন্দ্ৰ কৰি  দুই ফৈদৰ মাজত সংঘৰ্ষ ৷ দুপক্ষৰ মাজত শিল গুটি নিক্ষেপ ৷ দুই ফৈদৰ সংঘৰ্ষত আহত দুজন ৷ আহত দুজন বৰ্তমান শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন ৷ সংঘৰ্ষৰ ফলত গোটেই দুধপাতিল অঞ্চলত উত্তেজনা ৷ আৰক্ষী আৰু CRPF ৰ বিশাল বাহিনী মোতায়েন ৷ গোটেই দুধপাতিল গাঁওত এই মূহুৰ্তত পুলিচ চিআৰপিএফ'ৰ কড়াই প্ৰহৰা চলি আছে । গোটেই গাঁৱত আতঙ্ক বিৰাজ কৰিছে । মনত কৰিব পাৰু শুক্লা নাথ আৰু আবজল হোসেনৰ বিবাহক কেন্দ্ৰ কৰি যোৱা কেইদিন ধৰি চলিছে এই উত্তেজনা ৷
উল্লেখ যোৱা কেইদিনমান আগত শুক্লা নাথ নামৰ এজন ছোৱালীয়ে পলাই গৈ আবজল হোসেন নামৰ এজন যুবকৰ লগত বিয়া পাতিছিল ৷ আৰু এয়া লৈ শুক্লা নাথৰ পিতৃয়ে মালুগ্ৰাম আৰক্ষী চকিত তেওঁৰ ছোৱালীক আবজল হোসেনে অপহৰণ কৰি লৈ গৈছে বুলি অভিযোগ কৰি এখন এজেহাৰ দাখিল কৰিছিলে ৷ আৰু আৰক্ষীয়ে অভিযুক্ত আবজল হোসেনক গ্ৰেফতাৰ ন কৰাৰ প্ৰতিবাদত আজি  পোৱাৰ পৰাই দুধপাতিল ফেৰিঘাট বন্ধ কৰি প্ৰতিবাদ কৰিয়াছিলে শুক্লা নাথৰ পক্ষয় ৷ আৰু এয়া লৈ সৃষ্টি হয় দু পক্ষৰ মাজত সংঘৰ্ষ ৷ অবশ্যে পিছে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও এতিয়াও উত্তেজনা বিৰাজ কৰিয়াছে গোটেই এলেকাত ৷
Footage ftp 
Slug DUDHPATIL-2Exclusive/DUDHPATIL-BYTE-1/2
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.