ETV Bharat / state

কাছাৰত ডকাইতে লুটি লৈ গ'ল লক্ষাধিক টকাৰ সম্পত্তি - etv assam

নিশা চোকা অস্ত্ৰ দেখুৱাই গৃহস্থৰ ঘৰত প্ৰৱেশ ডকাইতৰ ৷ পূৰ্বেও পৰিয়ালটোৰ পৰা ডকাইতে লুটি নিছিল লক্ষাধিক মূল্যৰ সম্পত্তি

কাছাৰত অস্ত্ৰধাৰী ডকাইতে লুটি লৈ গ'ল লক্ষাধিক টকাৰ সম্পত্তি
author img

By

Published : May 16, 2019, 4:59 PM IST

কাছাৰ, 16 মে': কাছাৰৰ একেটা পৰিয়ালৰ বাসভৱনতেই দুবাৰকৈ ডকাইতি ৷ তিনিমাহৰ পূৰ্বে কাছাৰৰ ইন্দ্ৰগড়ৰ বিশ্বনাথ গোৱালাৰ বাসগৃহত চোৰে চলাইছিল তাণ্ডৱ ৷ এই ঘটনাৰ পাচতেই বুধবাৰে নিশা পুনৰবাৰ অস্ত্ৰধাৰী চোৰৰ এটা দলে লোকজনৰ বাসভৱনত প্ৰৱেশ কৰি লুটি লৈ যায় লক্ষাধিক টকাৰ সা-সম্পত্তিৰ লগতে 11 টাকৈ জাৰ্চি গৰু ৷

কাছাৰত অস্ত্ৰধাৰী ডকাইতে লুটি লৈ গ'ল লক্ষাধিক টকাৰ সম্পত্তি

ঘটনা সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ৷

News Silchar 
তিনি মাস আগত ডকাইতিৰ পিছত আকৌ একেই পৰিৱাল ডকাইতিৰ শিকাৰ হল| কাছাড় জিলাৰ ইন্দ্ৰগড় গাঁওপঞ্চায়েতৰ গুংগুৰ আওৱালটিলাৰ জনৈক বিশ্বনাথ গোৱালাৰ ঘৰত ঘটিছে এই অগটন|তিনিমাস আগত বন্দুক ডেগাৰ আদি লৈ এদল ডকাইতে তেওলোকৰ ঘৰত হোমাই নগদ সাড়ে তিনি লক্ষ টকা আৰু চাৰি তোলা সোন সহ বহু মূল্যবান সামগ্ৰী লৈ গৈছিল| যোৱা ৰাতি আকৌ এদল দুষ্কৃতি অস্ত্ৰশস্ত্ৰ লৈ তেওলোকৰ ঘৰত হামলা চলায় আৰু কেইবা লক্ষ টকাৰ ১১টো জাৰ্সি গৰু লৈ যায়| বিশ্বনাথৰ লৰা নিৰ্মল গোৱালা এই কথা সদৰি কৰি পুলিচৰ কাজকৰ্ম লৈ ক্ষোভ ব্যক্ত কৰিছে....বাইট
Footage ftp
Slug Silchar Robbaring 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.