ETV Bharat / state

মুখ্যমন্ত্ৰীৰ আৰোগ্য পুঁজিলৈ অনুদান চন্দ্রনাথপুৰ গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰ - কাছাৰ জিলা

শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ জিলাৰ বৰখলা চন্দ্রনাথপুৰ গাঁও পঞ্চায়তৰ সভাপতি গণেশ ছেত্রী আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য ৰীতা ৰানী দেই মুখ্যমন্ত্ৰীৰ আৰোগ্য পুঁজিলৈ 5000 টকাৰ অনুদান আগবঢ়াইছে ৷

chief minister relief fund 5,000 donation
মুখ্যমন্ত্ৰীৰ আৰোগ্য পুঁজিলৈ অনুদান চন্দ্রনাথপুৰ গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰ
author img

By

Published : May 24, 2021, 10:50 PM IST

শিলচৰ, 23 মে': কাছাৰ জিলাৰ বৰখলা চন্দ্রনাথপুৰ গাঁও পঞ্চায়তৰ সভাপতি গণেশ ছেত্রী আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য ৰীতা ৰানী দেই কৰ'ণা মহামাৰীৰ লগত যুঁজ দিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ আৰোগ্য পুঁজিলৈ 5000 টকাৰ অনুদান আগবঢ়াই ৷ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্রাক্তন বিধায়ক কিশোৰ নাথৰ হাতত অৰ্পন কৰে এই ধন ৷

মহামাৰীৰ জটিল ক্ষণত মুখ্যমন্ত্ৰীৰ আৰোগ্য পুঁজিলৈ ধন আগবঢ়োৱাত বিধায়ক গৰাকীয়ে গাঁও পঞ্চায়তখনৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য গৰাকীক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক: অখিলক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যত ৰাছেল হুছেইনৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.