ETV Bharat / state

কাছাৰ গ্ৰেপ্তাৰ ৮ জন ৰোহিঙ্গীয়া - ৰোহিঙ্গীয়া

ভাৰাতীয়া হিচাপে আত্মগোপন কৰি আছিল ৰোহিঙ্গীয়া কেইজনে

etv bharat
author img

By

Published : Feb 11, 2019, 4:51 PM IST

কাছাৰ, ১১ ফেব্ৰুৱাৰী : কাছাৰত ধৰা পৰিল ৮ জনীয়া এটা ৰোহিঙ্গীয়াৰ দল। দেওবাৰে নিশা কাছাৰৰ সোনাবাড়ি ঘাটৰ পৰা আৰক্ষীয়ে আটক কৰে ৰোহিঙ্গীয়া লোককেইজনক।

rohingya
undefined

চাৰিমাহ ধৰি এটা ভাৰাঘৰত ভাৰাতীয়া হিচাপে আত্মগোপন কৰি আছিল ৰোহিঙ্গীয়া কেইজনে। বিদেশীক আশ্ৰয় দিয়াৰ অভিযোগত ভাৰাঘৰৰ মালিক সাইদুল ইছলাম বড়ভূঞাকো আটক কৰে আৰক্ষীয়ে। আৰক্ষীৰ হাতত ধৰা পৰা ৰহিঙ্গীয়াকেইজনৰ ভিতৰত ১ জন যুৱকৰ লগতে ৫ জনী কিশোৰী। আনহাতে বাকী দুজনে নিজকে স্বামী-স্ত্ৰী বুলি প্ৰকাশ কৰিছে আৰক্ষীৰ আগত।

আৰক্ষীৰ জেৰাত ৰোহিঙ্গীয়া কেইজনে নিজকে বাংলাদেশৰ চট্টগ্ৰামৰ বাসিন্দা বুলি প্ৰকাশ কৰে। চাৰিমাহৰ আগতে ত্ৰিপুৰাৰ পৰা ভুৱা আধাৰ কাৰ্ড বনাই কাছাৰত প্ৰৱেশ কৰাৰ কথা স্বীকাৰ কৰে ৰোহিঙ্গীয়াকেইজনে। ৰোহিঙ্গীয়া ধৰা পৰাৰ পাচতে উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত।

NEWS SILCHAR 
কৰিমগঞ্জৰ পাচত এইবাৰ কাছাৰত দৰা পড়িলে ৮ জনিয়া এটা ৰোহেঙ্গিয়াৰ দল ৷ যোৱা নিশা কাছাৰৰ সোনাবাড়ি ঘাটৰ এটা ঘৰৰ পৰা এই ৮ জন বিদেশীক আটক কৰিলে আৰক্ষীয়ে ৷ যোয়া চাৰি মাহ দৰি সোনাবাড়িঘাটৰ এই ঘৰত বাড়াটিয়া হিসাবে আচিল এ সকল বিদেশীৰ দল ৷ বিদেশীক আশ্ৰয় দিয়াৰ অভিযোগত ঘৰৰ মালিক সাইদুল ইসলাম বড়ভূইয়াক আৰক্ষীয়ে আটক কৰে ৷ দৰা পড়া বিদেশী সকলৰ মাজত ৫  জন কিশোৰী আৰু এজন যুবক ৷ বাকি দুজনে নিজক স্বামী স্ত্ৰী বলি দাবি কৰিছে ৷ তেওঁ লোকে প্ৰথমত জনাইছিলে তেওঁলোকৰ ঘৰ ত্ৰিপুৰা ৰাজ্যৰ সোনামুড়া , পাচতে স্বীকাৰ কৰিলে তেওঁলোকৰ মূল ঘৰ বাংলাদেশৰ চট্টগ্ৰাম ৷ মোহাম্মদ ৰিয়াজ আৰু তেওঁৰ স্ৰী হালিমা খাতুন বাংলাদেশী বলি স্পষ্ট হৈ গল ৷ ৫ কিশোৰী সহ যুবক আমিৰ খান ৰোহিঙ্গাৰ বাসিন্দা বলি জনালে মোহাম্মদ ৰিয়াজে ৷ চাৰিমাহ আগতে ৰিয়াজ আৰু হালিমায় ত্ৰিপুৰাৰ পৰা ভুয়া আদাৰ কাৰ্ড বনাই ৰোহিঙ্গা সকলক লই ত্ৰিপুৰাৰ পৰা শিলচৰত আহি পালে ৷ কিশোৰী সকল কোনো নাৰী পাচাৰ কাৰি দেহ ব্যবসায়ৰ চক্ৰৰ হাতত আছে কি না এই বিষয়টো ও দেখিয়াছে আৰক্ষীয়ে ।ঘৰ মালিক সাইদুল ইসলামে জনাইছে তেওঁ লোকে ত্ৰিপুৰাৰ বাসিন্দা হৈ আদাৰ কাৰ্ড সহ বিভিন্ন নথিপত্ৰ ঘৰভাড়া লোয়াৰ সময় দেখাই চিলে ৷ তেওঁ লোকে জনাছে শুকান মাছৰ ব্যবসা কৰাৰ বাবে শিলচৰত আহিছে ৷ bite - ASP (BORDER GOURAB AGARWAL)
 ৰোহিঙ্গা দৰা পড়াৰ পাচতে কাছাৰ জিলাত তিব্ৰ প্ৰতিক্ৰিয়াৰ দেখা দিছে ৷ ভাৰত বাংলা সিমান্ত সিল ন থকাৰ কাৰণে এতিয়াও বাংলাদেশীৰ পৰা যে বৰাকত অনুপ্ৰবেশ চলিয়াছে এয়া আকৌ এবাৰ প্ৰমাণিত হল ৷ 
Footage FTP 
Slag  ASP BODER  
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.